পৃষ্ঠা:Su swasthyar aadhar.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যেতিয়ালৈ সন্তুলিত অৱস্থাত থাকে তেতিয়ালৈ আমাৰ দেহ সুস্থ অৱস্থাত থাকে। হােমিঅ'পেথিক চিকিত্সত জীৱনী শক্তিৰ হােমিঅ'পেথিক ধাৰণাৰ ভুমিকা অতি গুৰুত্বপূর্ণ। চিকি হােমিঅ'পেথিক চিকিৎসাত ৰগৰ ধাৰণা পদ্ধতিৰ চমু আভাস আভাস (Homoeopathic concept of Disease) হােমিঅ'পেথিক চিকিৎসাৰ দর্শন হােমিঅ'পেথিক চিকিৎসা স্বাস্থ্যৰ ধাৰণা অনুসৰি প্ৰাণীৰ স্বাস্থ্য আৰামদায়ক বাসন্তুলিত (Concept of Health in অৱস্থাত নথকাকে (dis + ease) ৰােগ Homoeopathy) বােলে। এই দর্শন মতে মানুহে প্রথমে সাধাৰণ হােমিঅ'পেথিক চিকিৎসাৰ দৰ্শন মতে অসুস্থতাত (sickness) ভােগে আৰু এই স্বাস্থ্য হ’ল শৰীৰ, মন আৰু প্রাণশক্তি অসুস্থতা কোনাে স্থূল বস্তুগত কাৰণত নহয়; (Spirit)ৰ এক সম্ভলন অৱস্থা। এই সম্ভলন প্ৰকৃতিত থকা জীৱনবিৰােধী অতিসুক্ষ্মঅদৃশ্য অৱস্থাত আমাৰ শৰীৰ আৰু মন এক সুস্থিৰ শক্তি (Inimical dynamic force) ৰােগৰ আৰুআৰামদায়কঅৱস্থাত থাকে আৰু শৰীৰৰ কাৰণ। ৰােগ এটাৰ স্থূল বস্তুগত কাৰণবােৰ যেনে— বেক্টেৰিয়া, ভাইৰাচ, পেৰাছাইট সকলাে অংগ-প্রত্যঙ্গৰ কার্যপ্রণালী সুস্থিৰ, নিয়মিত আৰু সমন্বিতভাৱে চলি থাকে। আদি। প্ৰকৃততে মানৱ শৰীৰ অসুস্থতাৰ ফলহে হােমিঅ'পেথিকদর্শনমতে আমাৰশৰীৰ আৰু (Disease is the result of sickness) এই জীৱনবিৰােধীশক্তিসমূহে আমাৰ স্বাস্থ্যক মনক সন্তুলিত কৰি ৰখাত মুখ্য ভূমিকা গ্রহণ কৰে শৰীৰত নিহিত হৈ থকা, চকুৰে নেদেখা সস্তুলন অৱস্থাত ৰখা জীৱনীশক্তিৰ বিশৃংখল একশক্তিয়ে যাক মহাত্মা হেনিমেনেনাম দিছে ঘটায় আৰু তেতিয়া আমাৰ শৰীৰ অসুস্থ হৈ entrafe (Vital force or vital পৰে। জীৱনবিৰােধী বা ৰােগ সৃষ্টিকাৰী এই principle)। বিশ্ব স্বাস্থ্য সংস্থাই (WHO) দিয়া স্বাস্থ্যৰ সংজ্ঞাৰ শাৰীৰিক, মানসিক আৰু সামাজিক দিশকেইটা মানি লােৱাৰ লগতে হােমিঅ'পেথিক দর্শনে আধ্যাত্মিক স্বাস্থ্য (spiritual health) বা প্রাণশক্তিৰ ধাৰণাত বিশ্বাস কৰে। সেয়ে হােমিঅ’পেথিক চিকিৎসাৰ দৰ্শন মতে প্ৰাণীৰ শৰীৰৰ জীৱনীশক্তি বা প্রাণশক্তি (vital force) ১৮৬