পৃষ্ঠা:Su swasthyar aadhar.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮১০-২১ চনলৈ তেওঁ লিপজিগত থাকে আৰু ১৮২১ চনত ‘অর্গানন অব। মেডিছিন’ৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰে। ১৮২৮ চনত তেওঁ বাৰ বছৰীয়া গৱেষণাৰে ‘চিৰৰােগ তত্ব’ (Theory of Chronic diseases) গ্ৰন্থখন প্রকাশ কৰে৷১৮৩১ চনত জার্মানীত কলেৰা ৰােগে মহামাৰী ৰূপ ধাৰণ কৰে আৰু হেনিমেনে এই ৰােগৰ চিকিৎসা হিচাপেপ্রয়ােগকৰি ৰােগ প্ৰতিৰােধ কৰিবলৈ কৰিবহু ৰােগীক আৰােগ্যকৰে।ইয়াত তেওঁ সক্ষম হৈছিল। এইদৰেই হেনিমেনে প্রথম প্রতিষেধক ঔষধৰ আৱিষ্কাৰ কৰে। কিন্তু হােমিঅ’পেথিক প্রতিষেধক প্রয়ােগ কৰি ৰােগ সংক্রমণ ৰােধ কৰাত সফলতা লাভ এনে সফলতাৰ পিছত তেওঁ একাংশ ঔষধ ব্যৱসায়ীৰ বিৰােধিতাৰ সন্মুখীন হয় আৰু কৰে। এয়া আছিল তেওঁৰবাবে মহৎ সাফল্য Konigslutterৰপৰা হামবার্গ হৈ ডেচানলৈ আৰু স্বীকৃতি। ১৮৩০ চনত হেনিমেনৰ প্ৰথম যায়। ১৮০৫ চনত তেওঁ তেওঁৰ উল্লেখযােগ্য পত্নীৰ মৃত্যু হয় আৰু ১৮৩৫ চনত ৮০ বছৰ গ্রন্থ ‘মেডিচিন অফ এক্সপেৰিয়েল’ বয়সত তেওঁৰ ৩৫ বছৰীয়া শিষ্যা ফ্রান্স (Medicine of Experience)প্রকাশ কৰে ৰাজপৰিয়ালৰ বিদূষী মহিলা Marie যিখন গ্রন্থৰে তেওঁ হােমিঅ’পেথিক চিকিৎসা Malanie d' Hervally ক বিবাহ কৰায়। বিজ্ঞানৰ মন্দিৰ নিৰ্মাণ কৰিছিল। ১৮১০ চনত ইয়াৰ পিছত হেনিমেনে পেৰিচলৈ গৈ তাত তেওঁ অর্গানন অফ মেডিচিন’(Organon হােমিঅ’পেথিক চিকিৎসা কৰিবলৈ লয়। of Medicine)ৰ প্ৰথম সংস্কৰণ প্ৰকাশ কৰে ১৮৩৩ চনত তেওঁ ‘অর্গানন অফ মেডিচিন’ৰ আৰু এই গ্রন্থখনৰেই হােমিঅ'পেথিক পঞ্চম সংস্কৰণ (জীৱিত কালৰ শেষ সংস্কৰণ) চিকিৎসাৰ দর্শন, মুলনীতি আৰু প্ৰয়ােগ প্রকাশ কৰে, য'ত হােমিঅ'পেথিক চিকিৎসাৰ কৌশল আদি সকলাে কথা বিতংভাৱে মূল তত্ত্ব আৰু দর্শনে পূৰ্ণৰূপ পায়। এই লিপিবদ্ধ কৰে। সংস্কৰণৰ মূল নতুন বিষয় হ’ল জীৱনীশক্তিৰ তত্ত্ব (Theory ofVital force) আৰু ঔষধ শক্তিকৰণ তত্ত্ব (Doctrine of Drug Dynamisation)ৰঅন্তর্ভুক্তি। ১৮৪৩ চনৰ ২ জুলাইৰ দিনা ৮৮ বছৰ বয়সত এই মহান চিকিৎসকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে আৰু পেৰিচ চহৰতে ইউপেট’ৰিয়াম তেওঁক শ্রদ্ধাসহকাৰে সমাধিস্থ কৰা হয়। be