পৃষ্ঠা:Su swasthyar aadhar.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেনিমেনৰ জীৱন আৰু কর্ম হােমিঅ'পেথিক চিকিৎসাৰ জনক ডাঃ শিক্ষকসকলে মাচুল ৰেহাই কৰি দিছিল। খ্রীষ্টিয়ান ফ্লেৰিক চেমুৱেল হেনিমেনৰ জন্ম এনেদৰে তেওঁ আর্থিক অনাটনৰ মাজেৰে হৈছিল জার্মান দেশৰ মেইছে চহৰৰ চেক্সনত হাইস্কুলীয়া শিক্ষা শেষ কৰে। স্কুলীয়া শিক্ষা ১৭৫৫ চনৰ ১০ এপ্রিলত। তেওঁৰ দেউতাকৰ শেষ কৰা সময়ত স্কুলত দিব লগা প্ৰবন্ধটো নাম আছিল ডাঃ খ্রীষ্টিয়ান গড়ফ্রেইড হেনিমেন আছিল তেওঁৰ এটি উৎকৃষ্ট প্রবন্ধ যাৰ নাম আৰু মাতৃৰ নাম আছিল জোহান খ্রীষ্টিয়ানা। আছিল“The wonderful structure of the তেওঁৰ দেউতাক আছিল এজন সাধাৰণ কিন্তু human hand" 1 অতি পৰিশ্ৰমী পৰ্চেলিন পেইণ্টাৰ। হেনিমেন ইয়াৰ পিছত তেওঁ ১৭৭৫ চনত মাত্র শৈশৱ কালৰে পৰা এজন স্বাধীনমনা আৰু ২০ থেলাৰচ ধন লগত লৈ Leipzig কোনাে কথা পৰীক্ষা-নিৰীক্ষা নকৰাকৈ গ্রহণ University লৈ চিকিৎসা বিজ্ঞান পঢ়িবৰ নকৰা প্ৰকৃতিৰ ল’ৰা আছিল। সেয়ে বাবে যায়।তাত তেওঁ ফ্রেন্সআৰুজার্মান ভাষা দেউতাকেও তেওঁক উপদেশ দিছিল যে শিকায় আৰু ইংৰাজীৰ পৰা গ্ৰন্থ অনুবাদ কৰি সকলাে কথা প্রমাণ কৰিবা আৰু যিটো ভাল শিক্ষাৰ খৰচ উলিয়াব লগা হৈছিল। ১৭৭৯ সেইটো সসানকালে গ্ৰহণ কৰিবা। অৱশ্যে চনত তেওঁ এলাংগেন ইউনিভাৰচিটীৰ দেউতাকে তেওঁৰ পঢ়া খৰচ বহন কৰিব (Erlargen University) at forebeat নােৱাৰ বাবে স্কুললৈ যােৱা বন্ধ কৰি দিব বিজ্ঞানৰ এমডি ডিগ্রী লাভকৰে।ইয়াৰ পিছত খুজিছিল। কিন্তু হেনিমেনৰ শিক্ষা গ্ৰহণৰ তেওঁ কিছুদিন ট্রেন্সগ্রেভেনিয়াৰ গভীৰৰ গৃহ একাগ্রতা দেখি ২০বছৰলৈ হেনিমেনক স্কুলৰ চিকিৎসক হিচাপে কাম কৰি তেওঁ পিতৃগৃহ ১৮৩