পৃষ্ঠা:Su swasthyar aadhar.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সু-স্বাস্থ্যৰ আধাৰ ঃ এই গ্ৰন্থখনি ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসমৰ তত্বাৱধানত আয়ুষ চিকিৎসা
পদ্ধতিৰ প্ৰয়োগৰ দ্বাৰা জনসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি কৰি সু-স্বাস্থ্যৰ অধিকাৰী,
ৰোগ আৰোগ্য তথা ৰোগ নিবাৰণ আৰু এখন সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যে আয়ুৰ্বেদ, যোগ ও
প্ৰাকৃতিক চিকিৎসা আৰু হোমিঅ'পেথিক চিকিৎসা বিধানেৰে সমাদৃত কৰি ৰাইজৰ ওচৰত
আগবঢ়োৱা হৈছে।

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻



প্ৰকাশকঃ
ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসম
বনফুলনগৰ পথ,বশিষ্ঠ ৰোড, দিছপুৰ, গুৱাহাটী-০৬




© প্ৰকাশকৰ দ্বাৰা সৰ্বস্বত্ত সংৰক্ষিত



প্ৰথম সংস্কৰণ মুদ্ৰণ
চেপ্তেম্বৰ, ২০১৮


মুদ্ৰণঃ জনমভূমি প্ৰেছ প্ৰাইভেট লিমিটেড
  গুৱাহাটী-০৫


মূল্যঃ বিশেষ উপহাৰ সংকলন ।