পৃষ্ঠা:Su swasthyar aadhar.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাত্মা হেনিমেন (জন্ম ১০ এপ্রিল, ১৭৫৫-মৃত্যু ২ জুলাই, ১৮৪৩) হােমিঅ'পেথিক চিকিৎসা হােমিঅ'পেথিক চিকিৎসাৰ জনক ডাঃ খ্রীষ্টিয়ান ফ্রেডৰিক চেমুৱেল হেনিমেনৰ জন্ম জয়ন্তী ১০ এপ্রিলৰ দিনটো আন্তর্জাতিক হােমিঅ'পেথিক দিৱস হিচাপে উদ্যাপন কৰি অহা হৈছে।