পৃষ্ঠা:Su swasthyar aadhar.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রক্রিয়া। এই প্রক্রিয়াটোত খাদ্যৰ পাচন ঘটোৱা সঞ্জীৱনী শক্তিয়ে নিষ্কাষণ প্রক্রিয়াত সম্পূর্ণ ৰূপে কাৰ্য্য কৰে। এয়াই উপবাসৰ লক্ষ্যও। উপবাস হৈছে মন আৰু শৰীৰৰ বিকাৰ আতৰােৱাৰ এক উৎকৃষ্ট চিকিৎসা। পাচনহীনতা, কজ, গেছ, পাচন বিকাৰ, স্বাসনলীৰ বাতবিষ ইত্যাদিৰ দৰে বিকাৰৰ চিকিৎসাত উপবাসৰ পৰামর্শ দিয়া হয়। ৪। পানীৰ চিকিৎসাঃ ৩। মাটিৰ চিকিৎসাঃ মাটিৰ দৰে পানীকো চিকিৎসাৰ পুৰণি মাটি চিকিৎসা অতি সৰল আৰু ফলদায়ক। প্রণালী বুলি কোৱা হয়। পৰিষ্কাৰ, সতেজ আৰু এই কাৰ্য্যৰ বাবে ব্যৱহৃত মাটি পৰিষ্কাৰ হ’ব শীতল পানীৰে ভালদৰে স্নান কৰাটো পানী লাগে আৰু ভূ-পৃষ্ঠৰ ৩ৰ পৰা ৪ ফুত তলৰ পৰা চিকিৎসাৰ এক উৎকৃষ্ট ৰূপ। এনেধৰণৰ স্নানে খান্দি ল'ব লাগে। মাটিখিনিত শিলৰ টুকুৰা ছালৰ সকলােবােৰ ৰন্ধ খােলে, শৰীৰটোক নাইবা ৰাসায়নিক পদার্থ ইত্যাদিৰ দ্বাৰা প্ৰদূষণ পাতল আৰু সতেজ কৰি তােলে, শৰীৰৰ হ’বনালাগে। সকলাে প্রণালী আৰু পেশীবােৰক সক্রিয় কৰি তােলে আৰু ৰক্ত সঞ্চালন উন্নত কৰি তােলে। নির্দিষ্ট দিন-বাৰত নদী, পুখুৰী আৰু জল প্রপাতত স্নান কৰা পুৰণিকলীয়া পৰম্পৰাবােৰ প্ৰকৃততে পানী চিকিৎসাৰ প্ৰাকৃতিক ৰূপহে। কটি স্নান, জল শৌচ, উষ্ম আৰু শীতল সেক, উষ্ম ভৰি স্নান ৰাজহাঁড়ৰ স্নান, বাষ্প স্নান,বুৰ গৈ কৰা স্নান, পেট, বুকু আৰু শৰীৰৰ অন্যান্য অংশৰ উষ্ম আৰু শীতল বােক হৈছে পানী চিকিৎসাৰ শেহতীয়া বিকাশ। জল চিকিৎসা মাটি চিকিৎসা শৰীৰক শীতল কৰাৰ বাবে প্রধানকৈ স্বাস্থ্য ৰক্ষাৰ বাবে তথা বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰা হয়। মাটিয়ে শৰীৰৰ বিষাক্ত ৰােগ নিৰাময় কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। পদার্থবােৰ পনীয়া কৰে আৰু ইয়াক শােষণ কৰি লয় আৰু অৱশেষত সেইবােৰ শৰীৰৰপৰা আঁতৰাই পেলায়। মাটিৰ লেপ আৰুমাটি স্নান এই চিকিৎসাৰ প্রধান প্ৰকাৰ। কজ, উত্তেজনাৰ ফলত হােৱা মূৰৰ বিষ, উচ্চ ৰক্তচাপ আৰু ছালৰ ৰােগ ইত্যাদিৰ দৰে বিভিন্ন ৰােগত মাটিৰ দ্বাৰা সফলতাৰে চিকিৎসা কৰা হয়। মূৰৰ বিষ আৰু উচ্চ ৰক্ত চাপৰ স্থিতিত মাটিৰ লেপ কপালতাে প্রয়ােগ কৰা হয়। গান্ধীজীয়ে কৰ্জৰ পৰা পৰিত্ৰাণ পাবলৈ মাটিৰ লেপব্যৱহাৰ কৰিছিল। ১৭৫