পৃষ্ঠা:Su swasthyar aadhar.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এৰি চলিব লাগে আৰু বেছি পৰ্মািণত পানীখাব লাগে। টোকাঃকঠিন আসন আৰু জোৰকৈ উশাহ নিশা পৰাপক্ষত লবনালাগে। ১০। থায়ৰইড (Thyroid Disorder) চিকিৎসাঃ পঞ্চকৌছা তথা সাতচক্র এনার্জি বেলেঞ্চ। জ) ধ্যান- স্বাশ-প্রস্রাসৰ অৱচেতনা-২ মিনিট। ঝ) যােগ আহাৰ - শাত্রিক খাদ্য যেনে- সজিৱ ফলমূল, শাক-পাচলি, ফল আৰু শাক পাচলিৰ ৰস ইত্যাদি। এ) তলত দিয়া আহি সমূহ মানি চলা উচিত। প্রতি দিনে ৰাতি পুৱা ২ ৰ পৰা ৩ কিলােমিটাৰ তীব্র বেগে খােজ কঢ়া, ৰাতি আহাৰ খােৱা পিছত ১ৰ পৰা ২ কিঃমিঃ খােজ কাঢ়িব লাগে। চিন্তা কম কৰি আয় ডীন যুক্ত নিমখ ব্যৱহাৰ কৰিব লাগে।বন্ধা কবি, অতিপাত মাত্ৰাৰ নিমখৰ সেৱন, অনিদ্ৰা আৰু মানসিক উত্তেজনাৰ পৰা দূৰত থকা ভাল। Larynx Thyroid Trachea ক) ষট ক্রিয়া - কপালভাটি ২০-৩০বাৰ, জলনেতি, সুত্রনেতি-১ বাৰ। খ) প্রার্থনা আৰু ধ্বনী উচ্চাৰণ - ‘অ’, ‘আ’, ‘ই, ‘ও’, ‘ম’- ২বাৰ গ) শিথিলকৰণ ব্যায়ম - একে ঠাইতে ঠিয় হৈ থাকি দৌৰা, ভৰিৰ সৰু গাঁঠিৰ শিথিলকৰণ, আঠুৰ জোৰাৰ শিথিলকৰণ, ককালৰ জোৰাৰ শিথিলকৰণ, পাদ সঞ্চালন, বাহুৰ জোৰাৰ ঘূৰণ মিনিট। Ananda-maya kosa - Vijnana-maya kosha. Mano-maya kosha Prana-maya kosha Anna-maya kosha ঘ) সূৰ্য্যনমস্কাৰ-১০ ৰ পৰা ১৫বাৰ। যােগ আসন। উস্থৰাসন, সিংহাসন, ভূজংগাসন, ধনুৰাসন, সেতুবন্ধ্যাসন, অর্ধহস্তোতাসন, মত্যাসন, নৌকাসন, উত্তান পাড়াসন, শবাসন, হালাসন, - ২ বাৰ। চ) প্রাণায়ম-নাৰীশােধন বা অনুলােম বিলােম, ভষ্ট্রিকা, উজ্জায়ী, ভ্ৰামৰী-২ বাৰ। ছ) বিশেষ যােগ অভ্যাস । যােগ নিদ্রা, বিঃ দ্রঃ উপৰােক্ত যােগাভ্যাসবােৰ কৰোঁতে অৰ্হতা সম্পন্ন যোেগ প্রশিক্ষকৰ সহায় বা পৰামৰ্শল’ব। ১৬৮