পৃষ্ঠা:Su swasthyar aadhar.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যােগ থেৰাগীৰ দ্বাৰা বিভিন্ন ৰােগৰ চিকিৎসাটি যােগ বা যােগথেৰাপীৰ দ্বাৰা বিভিন্ন ৰােগৰ চিকিৎসা তথা ৰােগ প্ৰতিৰােধৰ বাবে আজিৰ যুগত ভাৰতবৰ্ষই নহয় বিশ্বৰ বিভিন্ন দেশত ইয়াক মুখ্য আধাৰ বুলি মানি লৈছে। যােগ হ’ল প্রাচীন ভাৰতৰ বৈজ্ঞানিক চিকিৎসা পদ্ধতি যাৰ দ্বাৰা আমি আমাৰ জীৱনশৈলী আৰু মানসিক স্বাস্থ্য সুস্থ কৰি গঢ়ি তুলি আভ্যন্তৰিণ আৰু বাহ্যিক বাতাবৰণ (পৰিৱেশক) নিয়ন্ত্রিত কৰি দীর্ঘায়ু তথা শাৰীৰিক, মানসিক, সামজিক, আধ্যাত্মিক আৰু অন্তৰ আত্মাক শান্তি প্রদান কৰি সু-স্বাস্থ্য বজাই ৰখাৰ লগতে এখন সুস্থ সমাজ গঢ়ি তােলে। সামজিক দৃষ্টিকোণৰ পৰা চাবলৈ গলে কিছুসংখ্যক বেমাৰৰ কেৱল মাত্র যােগৰ দ্বাৰাহে যােগৰ চিকিৎসাৰ দ্বাৰা নিয়ন্ত্রণ কৰিব পাৰি। ত ল ত উ ল্লে খত বেমাৰ বিলাক যােগ চিকিৎসাৰ দ্বাৰা সুফল পােৱা যায়। ১। মেদবহুলতা (Obesity) চিকিৎসাঃ ক) ষট ক্রিয়া-কুঞ্জল -এবাৰ, কপালভাটি-৩০ বাৰ, অগ্নিচাৰ, নলী - ২ বাৰ, চংখ প্রচালন - মাহত ১ বাৰ খ) প্রার্থনা আৰু ধ্বনি উচ্চাৰণ - ‘অ’, ‘আ’, ‘ই’, ‘ও’, ‘ম’-২বাৰ গ) শিথিলকৰণ ব্যায়ম - একে ঠাইতে ঠিয় হৈ থাকি দৌৰা, ভৰিৰ সৰু গাঁঠিৰ শিথিলকৰণ, আঠুৰ জোৰাৰ শিথিলকৰণ, ককালৰ জোৰাৰ শিথিলকৰণ, পাদ সঞ্চালন, বাহুৰ জোৰাৰ ঘূৰণ-১০ মিনিট। ঘ) সূর্যনমস্কাৰ-১০ ৰ পৰা ১৫বাৰ। ও) যােগ আসন - তাড়াসন, কাটিচক্রাসন, পাদ হ তাসন, অধহ তোতাসন, পশ্চিমােতাসন, মদ্কাসন, অর্ধমাত্রংগাসন, উ’ স্থাৰসন, ভূ জাংগাসন, ধনুৰাসন, সুপ্তবজ্রাসন, শবাসন-২ বাৰ। চ) প্রাণায়ম - ভ্রষ্ট্রিকা, সূৰ্য্য ভেদী, নাৰীসােধন, শিতলী, ভ্ৰামৰী-২ বাৰ। ছ) বিশেষযােগ অভ্যাস- যােগ নিদ্রা -৩মিনিট, ১৬২