পৃষ্ঠা:Su swasthyar aadhar.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক্রিয়া (শুদ্ধিকৰণ প্ৰণালী)

ক্রিয়া হ’ল - দেহতন্ত্রৰ শুদ্ধিকৰণ প্রক্রিয়া। যােগৰ * খৰকৈ সক্রিয়ভাৱে উশাহ লােৱা আৰু নিষ্কীয় বিভিন্ন গ্ৰন্থত ছটা ক্রিয়াৰ বিষয়ে উল্লেখ আছে। ভাৱে উশাহ এৰি দিয়া কাৰ্য্য তলপেটৰ উঠা এই প্রক্রিয়াসমূহ হ'ল - কপাল ভাতি, নেতি, নমা ধৰ্ধপনি গতিৰ দ্বাৰাই সম্ভৱ হয়। এক ধৌতি, নৌলি, ত্রাটক আৰুবক্তি। মিনিটৰ পাচত শ্বাস-প্রশ্বাস আপােনা আপুনি তলত প্রধান ক্রিয়া সমূহৰ বিৱৰণদিয়াহ’ল - ৰৈঘাব। ইয়াৰ লগত জড়িত মনৰ গভীৰ মৌনতাৰ আনন্দ উপভােগকৰক। ১। কপাল ভাতি (মস্তিক কোষৰ উত্তেজনা বৃদ্ধি

  • এই ক্রিয়াই তেজৰ পৰা কার্বন ডাই অক্সাইড

কৰা) বাহিৰলৈ উলিয়াই, মগজুৰ কোষ সমূহ পদ্মাসন অৱস্থাত মেৰুদণ্ড পােন কৰি সহজহৈ আৰাম কৰি বহক। সক্রিয় কৰে, বায়ু সঞ্চালনৰ দ্বাৰা সমূহ

  • তলপেটৰ মাংস পেশীৰ সহায়ত জোৰেৰে

পৰিস্কাৰ কৰে আৰু পেটৰ ভিতৰৰ অঙ্গ সমূহ উত্তেজিত কৰে। উশাহবাহিৰলৈ এৰক। ২। নেতিঃ (নাকৰদ্বাৰ পৰিস্কাৰকৰণ)—

  • তলপেটৰ মাংস পেশী শিথিল কৰি নিষ্ক্রীয়

সাধাৰণতে নেতিৰ চাৰিবিধ প্রক্রিয়া আছে, ভাৱে উশাহভিতৰলৈ টানক। যেনে - জলনেতি, সুত্র নেতি, দুগ্ধ নেতি আৰু

  • যিমান খৰকৈ সম্ভৱ সিমান খৰকৈ পুনৰাবৃত্তি

ঘৃত নেতি। কৰক। ১ মিনিটত ৬০ বাৰকৈ আৰম্ভ কৰি ক) জলনেতিঃ— মিনিটত ১২০ বাৰলৈ বৃদ্ধি কৰক।

  • এটা নেতি পাত্ৰত কুহুমীয়া গৰম পানী ভৰাই লৈ

কোনাে পৰ্যায়তে উশাহ ধৰি নেৰাখিব। তাত চাহ চামুচেৰেআধাচামুচ নিমখ মিহলাওক। ১৫৮