পৃষ্ঠা:Su swasthyar aadhar.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজহাড় পােনকৈনমনীয়ভাৱেৰাখিব। নিয়ম অনুসৰিজ্ঞানমুদ্ৰাতবহিব।

  • বুঢ়া আঙুলি আৰু তর্জনি আঙুলিৰ প্রথম

অংশগলগাই দৃঢ়ভাৱেৰাখিব।

  • বাকী আঙুলি পােনকৈ শিথিল ভাৱে ৰাখিব

লগলগাই। হাতৰ তলুৱা ওপৰমুৱাকৈ উৰুৰ ওপৰত ৰাখিব।

  • বাহুআৰুকান্ধটিলাকৈৰাখিব।
  • এনেদৰেদুবাৰকৰিব।
  • চকু বন্ধ কৰি মুখমণ্ডল লৰচৰ নকৰাকৈ

উপকাৰিতাঃ পােনকৈৰাখিব।

  • মানসিক চাপ দূৰ কৰে আৰু অতিপাত * সাধাৰণভাৱে উশাহ লৈ নিজৰ মন

ক্রোধ,কু-চিন্তাপ্রশমিতকৰে। একাগ্রভাৱে ধৰি ৰাখি শান্তি অনুভৱ কৰিব।

  • গুণ-গুণ শব্দই স্নায়ুতন্দ্ৰ আৰু মনৰ সকলাে

বিশেষকৈ উশাহ-নিশাহৰ ওপৰত ধ্যান দৃঢ়তাপ্রদানকৰে। ৰাখিব লাগেবাহিৰা কোনােকথানভবাকৈ।

  • সকলােমানসিক ৰােগদূৰ কৰিবৰ বাবে এক * পূর্বৰ চিন্তা পাহৰি নতুন পবিত্র চিন্তাধাৰা

মহত্বপূর্ণঅতিশান্তিময় প্রাণায়াম। মনলৈ আনিব যাতে শান্তিপূর্ণভাৱে কার্যত

  • একাগ্রতা আৰু ধ্যানৰ বাবে এই প্রণায়াম

অগ্ৰসৰহয়। উপযােগী।

  • এনেদৰেকিছুসময় ধ্যানত থাকিব।

সাৱধানতা ঃ নাক আৰু কাণৰ অসুখ হলে কৰিব বিঃদ্রঃ- নালাগে।

  • আৰম্ভণিতে নতুন ব্যক্তিসকলে মনক সান্তনা

(৬) ধ্যানঃ দিব পৰা কোনাে শীতল গান লগাই কৰিব পাৰে। ধ্যান একগভীৰমনৰপ্রার্থনা

  • বহুসময় থকাৰ অভ্যাসকলািগে।

স্থিতিঃযিকোনাে ধ্যানাসন উপকাৰিতাঃ অভ্যাসবিধিঃ

  • যােগ্যভ্যাসৰ বাবে ধ্যান এক অতি
  • যিকোনাে ধ্যানাসনতবহিব।

প্রয়ােজনীয় অংগ।

  • ধ্যানৰ জৰিয়তে ঋণাত্মক ভাৱনা, কামনা,

খং, ভয়, হতাশা আদি দূৰ চিন্তাধাৰা, কৌশল স্থাপন কৰিব পাৰি।

  • মন আৰুমস্তিষ্ক সূক্ষ্ম আৰুশীতলকৰে।
  • একাগ্রতা,স্মৃতি,মনােবলবৃদ্ধিকৰে।
  • ধ্যানৰ জৰিয়তে আত্ম-সন্তোষ্টি লাভ কৰিব

পাৰি। | কৰি ধনাত্মক 568