পৃষ্ঠা:Su swasthyar aadhar.pdf/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মানসিক বিষাদ দুৰ কৰে আৰু মনােযােগ উপকাৰিতাঃ বঢ়ায়। তেজবিশুদ্ধকৰে।

  • কফজনিত ৰােগদূৰকৰে।
  • শৰীৰশীতলকৰে।
  • উচ্চ ৰক্তচাপ আৰু যিকোনাে মানসিক * উচ্চৰক্তচাপব্যক্তিৰবাবেবহুলাভদায়ক।

ৰােগৰবাবেঅতি লাভদায়ক।

  • এই প্রণায়ামে পানীপিয়াহদুৰকৰে।
  • বদহজম, কফ আৰু পিত্তজনিত ৰােগত

শীতলীপ্রণায়ামঃ উপশম হয়। শীতলী মানে ঠাণ্ডা। এই প্রণায়ামে মন আৰু ই পেটৰ ৰােগ যেনেঃ পীহাৰ ৰােগ, শৰীৰকশীতলতাপ্রদানকৰে, বিশেষকৈতাপনিয়ন্ত্রণ বদহজম দূৰকৰে। কৰিৰাখে।

  • চাল আৰু চকু ৰােগৰ বাবে অতি

লাভদায়ক। অভ্যাসবিধিঃ সাৱধানতাঃ চর্দি, কফ আৰু টনচিলাইটিচ থাকিলে

  • পদ্মাসন বা অন্য ধ্যানাসনতবহিব পাৰে।

এই প্রণায়ামকবিনালাগে। হাতদুখন জ্ঞানমুদ্রাতআঁতৰাখিব

  • জিভাখন গােলাকাৰ আকৃতিত ৰাখি অলপ

ভামৰিপ্ৰণায়ামঃ বাহিৰলৈ উলিয়াইদিব। মৰি শব্দৰ অৰ্থ ভ্ৰমৰা অর্থাৎ ভােমােক ৫ এতিয়া জিভাৰে উশাহ ল’ব যাতে বুজায়। এই প্রণায়ামত ভােমােৰাৰ দৰে ভাে-ভাে হাওঁফাওঁৰসর্বোচ্চ ক্ষমতাৰেবায়ুপূর্ণকৰিব (গুণ-গুণ) শব্দহয়। আৰুমুখবন্ধ কৰিব। স্থিতিঃযিকোনাে ধ্যানাসন

  • এতিয়া জলন্ধৰ বন্ধ মুদ্রাত থাকি কুম্ভক

অভ্যাসবিধিক)ঃ অব্যাহতৰাখিব।

  • যিকোনাে ধ্যানাসনতচকুবন্ধ কৰিবহিব।
  • জলন্ধৰ বন্ধ শিথিল কৰি লাহে লাহে উশাহ
  • নাকেৰে গভীৰভাৱেউশাহল’ব।

এৰিআগৰ অৱস্থাআহিব।

  • উশাহলাহেলাহে এৰি ভােমােৰাৰদৰে গুণ

গুণনিৰশব্দকৰিলাগে।

  • এনেদৰেদুবাৰ উশাহ লৈব্বি।

অভ্যাসবিধি(খ)ঃ ৫ যিকোনাে ধ্যানাসনত চকু বন্ধ কৰি বহিব লাগে।

  • নাকেৰেগভীৰভাৱেউশাহল’বলাগে।
  • এতিয়া তর্জনী আঙুলিৰে চকু বন্ধ কৰি,

অনামিকা আৰু কনিষ্ঠ আঙুলিৰে মুখ বন্ধ কৰি আৰু বুঢ়া আঙুলিৰে কাণৰ সৰু লতি বন্ধ কৰিব। এই মুদ্রাক শনমুখী (Sanmukhi) mut CGT উশাহ এৰি এৰি ভােমােৰাৰ দৰে গুণ-গুণনি (ভাে-ভাে)শব্দগভীৰভাৱেকৰিব।