পৃষ্ঠা:Su swasthyar aadhar.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • এনেদৰে এক চক্ৰসম্পূর্ণহ'ব।
  • প্রত্যেক চক্ৰৰ শেষত দীঘলীয়া শ্বাস-প্রশ্বাস

SAN এৰিব।

  • চকু বন্ধ কৰি ৰাজহাড় আৰু মূৰ পােন

কৰিব। পুনৰ এই পদ্ধতি বাৰকৰিব। শাসপ্রশ্বাস প্রণালীঃ কপালভাটিত উশাহ লােৱাটো লাহেকৈ হয় অভ্যাসগত ভাৱে। উশাহ এৰােতে জোৰেৰে পেটৰ মাংসপেশী সংকোচিতকৰি এৰিলাগেযাতে কান্ধ আৰু বুকুৰ বেছিকৈলৰচৰনহয়। চক্ৰৰ সংখ্যা ও নতুন ব্যক্তিয়ে প্রথমে এক চক্ৰত ১০বাৰকৈ ৩বাৰ কৰিব। লাহে লাহে অভ্যাসহ'লেবঢ়াই নিব। উপকাৰিতাঃ

  • চাইনাচাইটিছ আৰু কফজনিত সমস্যা দূৰ

কৰে।

  • এই অভ্যাসে নাকৰ নলী পৰিষ্কাৰ কৰি

ৰাখে।

  • গােটেই ৰীৰটো পুনৰজীৱিত কৰি তােলে

আৰু মুখমণ্ডল জ্যেতিময় কৰিবার্ধক্য ৰােধ কৰে। পাচন তন্ত্ৰ আৰু স্নায়ুতন্ত্র শক্তিশালী কৰে আৰুভাৰসাম্যতা বজাইৰাখে। সাৱধানতা ঃ হৃদৰােগ, মূৰঘূৰণী, উচ্চ ৰক্তচাপ, ককালৰ বিষ,মৃর্গি,হার্ণিয়া, পেটৰআলচাৰ, উক থকা ৰােগীয়েকৰিবনালাগে।

  • শৰীৰটো শিথিল কৰি গভীৰভাৱে উশাহ।

ল'ব।

  • বাওঁহাত ধ্যান মুদ্ৰাত ৰাখি বাওঁ আঁঠুৰ

ওপৰত ৰাখিব আৰু সোঁ হাত নাসা মুদ্রা ল'ব। ৫ এতিয়া অনামিকা আৰু কনিষ্ঠা আঙুলি বাওঁফালে আৰুতর্জনীআৰুমধ্যমা আঙুলি ভাজ কৰি ল'ব আৰু বুঢ়া আঙুলিয়ে সোঁ নাকবন্ধ কৰিব।

  • প্রথমে বাঁও নাকেৰে উশাহ ল’ব, আৰু বাঁও

নাক অনামিকা আৰু কনিষ্ঠ আঙুলিৰে বন্ধ কৰি সোঁ নাকেৰে বুঢ়া আঙুলি মুক্ত কৰি উশাহ এৰিব।

  • পুনৰ সোঁনাকেৰে উশাহলবাবাওঁনাকেৰে

এৰিব।

  • এনেদৰে পুনৰসলনা-সলনিকৈকৰিব।
  • এটা প্রক্রিয়া এনেদৰে ৫বাৰকৰিব।

সময়অনুপাতঃ

  • প্রথম অভ্যাসকাৰীসকলৰ বাবে উশাহ

লােৱা আৰুৰাৰ অনুপাত একেহ'ব।

  • ক্রমান্বয়ে পাৰ্গত হ'লে ১৪২ অনুপাতত

কৰিব। বিঃদ্রঃ- উশাহ লাহে লাহে গভীৰভাৱে ল'ব আৰু এবিলাগে, খৰতকীয়া কৰিবনালাগে। উপকাৰিতাঃ

  • এই প্রণায়ামে আমাৰ দেশৰ সকলাে বিপাক

ক্রিয়া সন্তুলিত কৰি সুস্থিৰ কৰে, শৰীৰৰ শক্তি যােগায় আৰুনাড়ী শােধনকৰে। (৫) প্রাণায়ামঃ নাড়িশােধনবাঅনুলােমবিলােমঃ এই প্রাণায়মত প্রথমে বাঁও নাকেৰে উশাহ লৈ সোঁনাকেৰে এৰিপুনৰ সোঁনাকেৰে লৈবাওঁনাকেৰে এৰি সলনা-সলনিকৈ কুম্ভক কৰি বা নকৰাকৈ কৰিব লাগে। স্থিতিঃযিকোনাে ধ্যানাসন। অভ্যাসবিধিঃ যিকোনাে ধ্যানাসনত বহিব।