পৃষ্ঠা:Su swasthyar aadhar.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • পৰিৱেশৰ লগত চঞ্চলভাৱে থকা মন

শান্তিপূর্ণতা অনুভৱ হয় আৰু মস্তিষ্কৰ শীতলতাপ্রদানকৰে।

  • সকলাে ধৰণৰকু চিন্তাধাৰা,কাৰ্যাৱলীহ্রাস

পায়। উপকাৰিতাঃ

  • কোষ্ঠকাঠিন্য, বদহজম আৰু পেটৰ

যিকোনােসমস্যা দূৰকৰে।

  • পেটৰ ভিতৰ অংশত গভীৰ চাপ পৰে আৰু

মাংসপেশী, স্নায়ু, সি-উ পসী, জননাংগৰ ৰােগ দূৰ কৰে।

  • পিঠিৰ মাংসপেশী আৰু ৰাজহাড়ৰ স্নায়ু

সবলকৰে। সাৱধানতাঃ পেটৰ আঘাত, হার্ণিয়া, ককালৰ বিষ আৰুগৰ্ভাৱস্থাতকৰিবনালাগে। শবাসনঃ শৱা মানে মৰা মানুহ। এই আসনৰ পূৰ্ণ অৱস্থা মৰাশৰদৰেহয়। ধ্যানত মগ্ন হ'ব পাৰে। মগজু সজাগ হৈ পৰে। [(৪)কপালভাটিঃ স্থিতি ঃ যিকোনাে ধ্যানাসনত বহি কৰিব পাৰে। যেনেঃ সুখাসন, পদ্মাসন, বজ্রাসনআদি। অভ্যাসবিধিঃ

  • যিকোনাে ধ্যানাসনতবহিব লাগে।
  • চকু বন্ধ কৰি গােটেই শৰীৰটো শিথিল

কৰিব।

  • দুয়াে নাকেৰে গভীৰভাৱে উশাহ লৈ বুকু

ফুলাই দিব। ৫ এতিয়া পেটৰ মাংসপেশী সংকোচিত কৰি জোৰেৰেউশাহবাহিৰলে এৰিব।

  • কোনােকষ্ট নােপােৱাকৈ।
  • একেৰাহে লাহেকৈ উশাহ লৈ অর্থাৎ

স্বতস্ফূর্তভাৱে উশাহ ভিতৰত সােমাব কিন্তু জোৰেৰেউশাহএৰি দিয়াতমনদিব। এনেদৰে ৪০বাৰ খৰতকীয়াকৈ কৰিব আৰু পাছত দীঘলকৈ উশাহ লৈ লাহে লাহে এৰিব। অভ্যাসবিধিঃ

  • ওপৰমুৱাকৈ আৰামত শুইল'ব।
  • হাত দুখন অলপ মেলি দি তলুৱা

ওপৰমুৱাকৈ থাকিব।

  • দেহাটোশিথিলকৰিদিব।
  • দীঘল দীঘলকৈ আৰামত উশাহ-নিশাহ

ল’ব।

  • সম্পূর্ণ শান্তি অনুভৱ কৰালৈকে এনেদৰে

থাকিব। উপকাৰিতাঃ

  • সকলােমানসিক অৱসাদদূৰকৰে।

দেহৰসকলােঅংগকশক্তি যােগায়। ১৫১