পৃষ্ঠা:Su swasthyar aadhar.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উপকাৰিতাঃ ককালৰ বিষউপশম হােৱাত সহায় কৰে।

  • হাড়ৰ সমস্যা দূৰ কৰাত আৰু দেহৰ তলৰ

অংশৰসমস্যাদুৰকৰাতসহায় কৰে।

  • সকলাে মানসিক বিকাৰ উপশম হােৱাত

সহায়ক হয়। সাৱধানতাঃ

  • নিম্ন ৰক্তচাপ, হৃদৰােগ আৰু গৰ্ভাৱস্থাত

কবিনালাগে। ভূজঙ্গাসনঃ ভূজঙ্গ মানে সাপ, এই আসনত সাপে ফেনা তােলাৰ দৰেহয়। স্থিতিঃমকসন

  • এইদৰে ১০-৩০ ছেকেণ্ড সাধাৰণভাৱে

উশাহ-নিশাহ লৈ থাকিব।

  • উশাহ এৰি হাতখন আগলৈ আনি শিথিল

কৰিব।

  • আকৌ এনেদৰেবাওঁভৰি কোচাইকৰিব।

উপকাৰিতাঃ

  • ৰাজহাড়ৰনমনীয়তাবৃদ্ধিকৰে।
  • অতিপাত কোষ্ঠকাঠিন্য আৰু বদহজম দূৰ

কৰে।

  • অগ্নাশয় গ্রন্থি ক্রিয়াশীল কৰি তােলে আৰু

মধুমেহ(Diabetis) ৰােগতবাধাদিয়ে। সাৱধানতাঃ

  • অতিপাত ককালৰ বিষ, ৰাজহাড়ৰ সমস্যা,

পেটৰ অস্ত্রোপচাৰ আৰু মহিলাসকলৰ ঋতুস্বাৱৰসময়তকৰিবনালাগে। (গ) পেটতলকৰিশুইকআসনঃ মকসনঃ সংস্কৃতত মকৰাশব্দৰ অৰ্থৰ্ঘৰিয়াল। এই আসনৰ পূর্ণ অৱস্থা ঘঁৰিয়ালৰ দৰে হয় বাবে এই নামেৰে কোৱাহয়। স্থিতিঃ পেটতলকৰি শুৱলাগে। অভ্যাসবিধিঃ

  • তলমূৱাকৈ শুই ভৰিদুখন ২-৩ ফুটবহলকৈ

মেলিবলাগে। ৫ হাত দুখন কোচাই বাওঁহাতৰ ওপৰত সে হাতৰাখিব লাগে।

  • কপাল অংশ হাতৰ ওপৰত ৰাখি বিশ্রাম

ল'বলগতে চকুবন্ধ থাকিব।

  • এই আসন সকলােতলমুৱাকৈ কৰাআসনৰ

বিশ্রামআসন। অভ্যাসবিধিঃ তলমূৱাকৈ শুই হাতৰ ওপৰত মূৰ ৰাখি শিথিলভাৱে থাকিবলাগে।

  • ভৰি দুখন লগ লগাই দি বাহু দুটা সংকোচন

কৰিবলাগে।

  • কপালঅংশমাটিত লগাইৰাখিব লাগে।

এক হাত দুখন বুকুৰ দুয়ােকাষে তলুৱা আৰু কিলাকোটি ভূ-পৃষ্ঠৰ সমান্তৰালকৈ ৰাখিব লাগে।

  • লাহে লাহে উশাহ লৈ খুঁতৰি বুকু অঞ্চল

নাভিলৈকেউঠাবলাগে।

  • এই অৱস্থাত আৰামত থাকিব লাগে,ইয়াক

সৰলভূজঙ্গাসন বােলে। ১৪৭