পৃষ্ঠা:Su swasthyar aadhar.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সূর্য নমস্কাৰ 1 2 iletin na. int 10 11 12

  • নিয়মিতভাৱেউশাহনিশাহলওক। প্রণামআসন।নমস্কাৰকৰি থকাৰদৰেহাত যােৰকৰিথিয়হওঁক।
  • উশাহভিতৰলৈনিয়ক।হস্ত উঠনাসন।হাত দুখনওপৰলৈ তুলিপিছলৈহাউলিযাওঁক।
  • উশাহ এৰি দিয়ক। পদহস্তাসন। আই পােণকৰিআগলৈহাউলিহাতেৰে ভৰিৰতলুৱাস্পর্শকৰক।
  • উশাহভিতৰলৈনিয়ক। আশ্বসঞ্চালন। সোঁ ভৰিখন পিছলৈনিয়ক।

উশাহ ধৰি ৰাখক। পৰ্বাসন।ভৰিৰ তলুৱাত ভৰদি তপিনাৰ অংশ দাঙি ধৰক। হাতেৰেও শৰীৰটো দাঙি থাকক। উশাহ এৰি দিয়ক। অষ্টাংগ প্রণাম। আঠ ধৰণে সেৱাকৰক। তলুৱাত ভৰদি আপােনাৰ আঠু,বুকু, আৰুমুখ মাটিত লগাইদিয়ক।

  • উশাহ ভিতৰলৈ নিয়ক। ফেটী সাপৰ দৰে মুদ্রা। ভৰিৰ তলুৱা পিছলৈ ঠেলি দিয়ক। হাতৰ তলুৱা দুখন

কান্ধৰ কাষতৰাখিব।

  • উশাহ এৰি দিয়ক।র্বাসন।ভৰিৰ তলুৱাত ভৰদিতপিনাৰ অংশ দাঙি ধৰক।হাতেৰেও শৰীৰটো দাঙি

থাকক।

  • উশাহভিতৰলৈনিয়ক। আশ্বসঞ্চালন বাওঁহাতৰ তলুৱাৰ ওচৰলৈনিয়ক।
  • উশাহ এৰি দিয়ক। পদ হস্তাসন। আঠু পােন কৰি আগলৈ হাউলি হাতেৰে ভৰিৰ তলুৱা স্পর্শকৰক। সাে

ভৰিখনআগলৈনিয়ক।

  • উশাহভিতৰলৈ নিয়ক। হস্ত উঠনাসন।হাত দুখনওপৰলৈ তুলিপিছলৈহাউলিযাওঁক।
  • নিয়মিতভাৱেউশাহনিশাহলওঁক।প্রণামআসন।নমস্কাৰকৰি থকাৰ দৰেহাত যােৰকৰিথিয়হওঁক।