পৃষ্ঠা:Su swasthyar aadhar.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভালচিন্তাৰবাবেআহাৰ আহাৰ সম্বন্ধীয় দিশ নির্দেশ— যােগ অভ্যাসৰ আগতে শৰীৰ তথা মনক যােগ কৰিবৰ বাবে প্রস্তুত কৰি লব লাগে। অভ্যাসৰ পাছত সাধাৰণতে নিৰামিষ আহাৰ গ্ৰহণকৰাটো উৎকৃষ্ট বুলি কোৱা হয়। ৩০ বছৰ বয়সৰ ওপৰৰ ব্যক্তিয়ে বেমাৰ বা অত্যধিক পৰিশ্ৰমক এৰি এদিনত দুবাৰ ভােজনকৰিলাগে। তথা যােগবিশেষজ্ঞৰপৰামৰ্শলবলাগে। গর্ভাবস্থা তথা ঋতুকালৰ সময়ত যােগ কৰাৰ আগত যােগবিশেষজ্ঞৰপৰামৰ্শল’বলাগে। যােগঅভ্যাসকৰাৰসময়তঃ যােগ অভ্যাসৰ আৰম্ভণিত প্রার্থনা অথবা স্তুতিৰপৰা আৰম্ভকলািগেকিয়নাে প্রার্থনা অথবা স্তুতিয়ে মন-মস্তিষ্কক শাস্তি প্রদান বাবেশান্ত বাতাৱৰণআনি(তৈয়াৰ)কৰে। । যােগ অভ্যাস আৰাম স্থিতিত শৰীৰ তথা শ্বাস-প্রশ্বাস ধ্যান ৰাখি লাহে লাহে আৰম্ভ কৰিব লাগে। । যােগ অভ্যাসৰ সময়ত শ্বাস-প্রশ্বাসৰ গতি ৰখাব নালাগে যেতিয়ালৈকে কৰিবৰ বাবে বিশেষ নির্দেশদিয়ানহয়। । শ্বাস-প্রশ্বাস সদায় নাসিকাৰ দ্বাৰাহে ল'ব লাগে যেতিয়ালৈকে বেলেগভাৱে ল’বলৈ নির্দেশ দিয়ানহয়। শৰীৰক টাননকৰি অথবাশৰীৰক যিকোনাে প্রকাৰৰ দুখ পােৱাৰ পৰা বচাব লাগে। অভ্যাসৰ সময়ত শৰীৰক শিথিল ৰখাৰ উপৰি শৰীৰত যিকোনাে প্ৰকাৰৰ মাংসপেশীৰউত্তেজনাৰপৰাবচাব লাগে। • শাৰীৰিক তথা মানসিক ক্ষমতা অনুসৰি যােগ অভ্যাস কৰিব লাগে। যােগ অভ্যাসৰ ভাল ফলাফল প্রাপ্তিৰ বাবে কিছু সময় লাগে। সেইবাবে সদায় নিয়মিতভাৱে যোেগ অভ্যাসকৰিব লাগে। প্ৰতিটো যােগ অভ্যাসৰ বাবে বিশেষকৈ নির্দেশ তথা সাৱধানতা তথা সীমা থাকে। এইদিশনির্দেশক সদায় মনতৰাখিবলাগে। । যােগ সত্ৰৰ সমাপনৰ সময়ত ধ্যান আৰু গভীৰ মন তথা শান্তিপাঠেৰেকৰিব লাগে। অভ্যাসৰপাছত

  • অভ্যাসৰ ২০-৩০ মিনিট পাছতহে গা ধ্ব

লাগে। • অভ্যাসৰ ২০-৩০ মিনিট পাছত খাদ্য গ্রহণ কৰিব লাগে। যােগেআমাক কেনেভাৱেসহায়কৰে? যােগাৰ দ্বাৰা নিশ্চিতভাৱে আমাক সকলাে প্রকাৰৰ বন্ধনৰ পৰা মুক্তি প্রদান কৰা একমাত্র সাধন। বর্তমান সময়ত চিকিত্সা বিজ্ঞানৰ গৱেষণা মতে ৰােগৰ পৰা হ'ব লগীয়া শাৰীৰিক আৰু মানসিক লাভৰ কথা স্পষ্টভাৱে উল্লেখ কৰা নাই। লাখ লাখ যােগঅভ্যাসকৰা মানুহৰ অনুভৱৰ আধাৰত নিশ্চিত কৰা হৈছে যে নিয়মিত যােগ কৰিলে তলত উল্লেখ কৰাসহায়তা প্রদানকৰে—

  • যােগঅভ্যাসশাৰীৰিক স্বাস্থ্য, স্নায়ুতন্ত্রআৰু

কঁকাল তন্ত্র সুচাৰুৰূপে কার্য কৰিবৰ বাবে তথা হৃদয় তথা নাড়ীবিলাকক সুস্থৰাখিবৰ বাবেউত্তমঅভ্যাস। । যােগৰ দ্বাৰামধুমেহ, উশাহ-নিশাহসম্বন্ধীয় বিকাৰ, উচ্চ ৰক্তচাপ, নিম্ন ৰক্তচাপ, জীৱনশৈলী সম্বন্ধীয় বিভিন্ন প্ৰকাৰৰ বিকাৰৰবাবেলাভজনক। । যােগৰ দ্বাৰাই মানসিক অৱসাদ, শাৰীৰিক অসুস্থতা, মানসিক চিন্তা, মানসিক চাপ কমােৱাৰবাবেসহায়কহ'ব। যােগৰ দ্বাৰা ঋতুচকনিয়মিতকৰে। সংক্ষেপতে ক'ব পাৰি যে যােগ শৰীৰ তথা মনৰ নিৰ্মাণৰ এনেকুৱা এটা পদ্ধতি যাৰ দ্বাৰা সমৃদ্ধি আৰু পৰিপূৰ্ণ জীৱনৰ উন্নতিৰ ৰাস্তা প্রস্তুত কৰে। যােগৰ দ্বাৰা শাৰীৰিক আৰু মানসিক ৰােগৰ প্রতি অহাবাধাসমূহক বিনাশ কৰিব পাৰি।