পৃষ্ঠা:Su swasthyar aadhar.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যােগ যােগ কি? যােগ হৈছে আধ্যাত্মিক আৰু অতি সূক্ষ্ম সেইসকলব্যক্তিক যোেগীবুলি কোৱা হয় আৰু যােগী বিজ্ঞাপনৰ ওপৰত জড়িত জ্ঞান, যিয়ে মন আৰু সকলে সম্পূর্ণ স্বাধীনতা লাভ কৰি মুক্ত অৱস্থা প্রাপ্ত শৰীৰৰমাজত সামঞ্জস্যস্থাপনকৰে।ইস্বাস্থ্যজীৱনৰ কৰে। ইয়াকে মুক্তি, নির্বাণ, কৈৱল্য বা মােক্ষ কোৱা এটা কলা বা বিজ্ঞান। সংস্কৃত বাদময় অনুসৰি যােগ যায়। শব্দটো ঝুঁজ’ ধাতুৰ ঘ প্রত্যয় লগ হৈ নিষ্পন্ন ‘যােগ’ব্যৱহাৰ আন্তৰিকবিজ্ঞানৰ ৰূপত কৰিব হৈছে। পাণিনীয় ব্যাকৰণ অনুসৰি এই তিনিটা অর্থত পাৰি, য'ত বিভিন্ন প্রকাৰ প্রক্রিয়াসমূহৰ সন্মিলন ব্যৱহাৰ হৈছে। (১) য়ুজ সমাধাে = সমাধি, (২) আছে, যাৰ মাধ্যমেৰেমানুহৰ শৰীৰতথামনৰ মাজত যুঁজিৰ যােগ = সংযােগ, (৩) য়ুজ সামঞ্জস্য স্থাপিত কৰি আত্মক সাক্ষাৎকাৰ কৰিব সংযমনে = সামঞ্জস্য। যৌগিক পাৰি। যােগ সাধনাৰ উদ্দেশ্য জনা সকলাে প্ৰকাৰৰ গ্রন্থ অনুসৰি, যােগ কৰা দুখৰ পৰা তৎকালীনভাৱে নিবৃত্তি লাভ কৰা, যিয়ে অভ্যাসটোৱে ব্যক্তিগত সকলােব্যক্তিৰজীৱনত সম্পূর্ণ স্বাধীনতা তথা স্বাস্থ্য, চেতনাক সার্বভৌমত্ব আনন্দতথাসমন্বয়অনুভৱকৰিব পাৰে। চেতনাৰ লগত একত্রিত কৰে। আধুনিক বৈজ্ঞানিক যােগৰসংক্ষিপ্তইতিহাসঃ সকলৰ মত অনুসৰি বিশ্ব ভাৰতবৰ্ষত যােগ বিদ্যাৰ উদ্ভৱ হৈছিল হেজাৰ ব্রহ্মাণ্ডত প্রত্যেক বছৰ পূৰ্বতে। অতীজৰে পৰাই সাধু-মহাত্মাই যােগ বস্তুৱেই সেইবােৰ প্ৰচাৰকৰিছিল বেলেগ বেলেগ ঠাইত আনকি এছিয়া, দা মিডিল ইষ্ট, আফ্রিকা আৰু আমেৰিকাতা মাত্র। যিসকলে কৰিছিল। সপ্ত ঋষিয়ে ভাৰতৰ ঠায়ে ঠায়ে ভ্রমণ কৰি যােগৰ এই অস্তিত্বৰ যােগাৰ ওপৰত জ্ঞান প্ৰচাৰকৰিছিল। একাত্বৰ বিষয়ে ইন্দু সৰস্বতী ভেলীনামৰ ঠাইত যােগৰ সন্ধান ভালকৈ বুজি। পােৱা গৈছে। তাত বিভিন্ন ধৰণৰ শিলৰ মূৰ্তিৰ পাইছে, ওপৰত যােগৰ চিত্ৰ অংকিত হৈ আছে। এই সন্ধানৰ পৰা আমি জানিব পাৰোঁ যে বহু বছৰ আগৰ পৰা যােগৰ উৎপত্তি হৈছিল। বেদ আৰু উপনিষদ গ্রন্থ আৰু বুদ্ধ ধর্ম, জৈন ধৰ্মৰ গ্রন্থতাে যােগৰ বৰ্ণনা পােৱা গৈছে, পৰমাণুৰ একত্ৰিকৰণ