পৃষ্ঠা:Su swasthyar aadhar.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যােগ YOGA যােগ প্রাচীন ভাৰতীয় পৰম্পৰা আৰু শিকিব পাৰি। ইয়াৰ ভিতৰত মানসিক, শাৰিৰীক, সংস্কৃতিৰ এক অমূল্য অৱদান। যােগাভ্যাসৰ দ্বাৰা সামাজিক, বৌদ্ধিক তথা ভাৱনাত্মক বিকাশৰ শৰীৰ আৰু মন, চিন্তা আৰু কৰ্ম, আত্মসংযম আৰু জৰিয়তে নিজক পােহৰকৰি তুলিব পাৰি। প্রাপ্তি, লগতে মানুহ আৰু প্ৰকৃতিৰ মাজত যােগৰ দ্বাৰা আমি শাৰিৰীক প্রক্রিয়াক সামঞ্জস্যতা বজাই ৰাখে, যিয়ে সু-স্বাস্থ্য প্রাপ্তিত নিয়ন্ত্রিতকৰিসুখঅনুভৱকৰিব পাৰে। সহায় কৰে৷ যােগাভ্যাস মাথাে শৰীৰ চৰ্চাই নহয়, ই সমাজৰ প্ৰতিজন নাগৰিককে যােগ আৰু নিজৰ লগতে বিশ্ব আৰু প্ৰকৃতিৰ লগত বিলীন যৌগিক ক্রিয়াৰ বিস্তৃত জ্ঞান দিয়াই এই পুথিখনৰ হােৱাৰ এক পৰিক্ৰমা। যােগৰ দ্বাৰা জীৱনশৈলীৰ মুখ্য উদ্দেশ্য। পুথিখনত সাধাৰণ যােগ চৰ্চাৰ লগতে পৰিৱৰ্তন আনি আমাক অস্তৰাত্মক জাগ্রত কৰাৰ সুক্ষ্ম ব্যায়াম, যােগাসন আৰু প্ৰাণায়ামৰ বিষয়ে চমু লগতে প্রকৃতিগত ভাৱে শৰীৰত হােৱা পৰিবৰ্তনৰ ব্যাখ্যা কৰা হৈছে। সাধাৰণ যােগ চৰ্চাৰ উপৰিও সহনশীলতাগঢ়ি তােলে। বিশেষ যােগাভ্যাস যেনে-প্রাণায়াম, যােগনিদ্রা, ধ্যান, ১১ ডিচেম্বৰ ২০১৪ইংৰাজীবৰ্ষত সংযুক্ত বড় চক্র, মুদ্রা, বন্ধ ইত্যাদি প্রক্রিয়াৰ বিষয়ে বিশদ ৰাষ্ট্ৰ মহাসভাই ১৯৩ সংখ্যক সদস্যভুক্ত দেশৰ আলােচনা কৰা হৈছে। বিভিন্ন যােগ গ্ৰন্থত উল্লেখ ভিতৰত অভিলেখ সংখ্যক ১৭৭ খন দেশৰ কৰা মতে আমাৰ শৰীৰক পাচটা কোচা আৰু ষষ্ঠ সমর্থনসহ প্রতি বছৰে ২১ জুন তাৰিখে আন্তর্জাতিক চক্রতবিভক্ত হৈছে। যােদদিৱসউদযাপনকৰিবলৈসিদ্ধান্তগ্রহণকৰে। ১।অন্নমায়া কোচা। যােগ হ’ল আধ্যাত্মিক তথা বৈজ্ঞানিক ২।প্রাণময়া কোচা। বিজ্ঞান পদ্ধতি যাৰ দ্বাৰা আমি আমাৰ মন শৰীৰৰ ৩ামনােময়া কোচা। আৰু নিজক জাবি পাৰি। যােগ হ’ল বৈজ্ঞানিক ৪।বিজ্ঞানময় কোচা পদ্ধতি, এই পদ্ধতিৰ দ্বাৰা জীৱন জীয়াই থকা কলা ৫।আনন্দময় কোচা। Annamaya Pranamaya Manomaya Vignana maya Ananda maya ১৩১