পৃষ্ঠা:Su swasthyar aadhar.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৭. জনিগুটি Tachyspermum | জনিগুটিৰ গুড়ি ১ ৰ পৰা ৩ গ্রাম, শুকান আদাৰ ammi (Apiaceae) গুড়ি ১ ৰ পৰা ৩ গ্রাম, সমপৰিমানৰ মৌৰ লগত মিহলাইমাত ভাঙিলে চেলেকি খাবলৈ দিয়া হয়। ইয়াৰ গুড়ি ১ ৰ পৰা ৩ গ্রাম তুপৰিলতা আৰু ডালিমৰ ৰস ২ ৰ পৰা ৪ চামুচ, গুড়ৰ লগত মিহলাই খালে অর্শ, কেচুমুৰীয়া আদি ৰােগ উপশম হয়। Ov.cafe Trigonella foenum (Papilionaceae) মেথিৰ পাত আৰু গুটি হজম শক্তি বৃদ্ধি কৰাত উপকাৰী।ইয়াৰ বাবে পাতৰ ৰস ২ৰ পৰা ৪ চামুচ বা গুটিৰ গুড়ি ১ ৰ পৰা ৩ গ্ৰম নিত্য সেৱন কৰিব লাগে। স্তনপানৰ কালছােৱাত স্তনদুগ্ধৰ বৃদ্ধি হােৱাৰ বাবেও উপৰােক্ত ধৰণে খাব পাৰি। উপৰােক্ত উদ্ভিদবােৰ অসমৰ আহিছে। এই ঔষধি উদ্ভিদসমূহৰ সর্বসাধাৰণ লােক আৰ বিভিন্ন বৈজ্ঞানিক গৱেষণাৰ প্ৰয়ােজন আছে। জনগােষ্ঠীৰ লােকসকলে ঔষধি গছ এইবােৰৰ বেছিভাগেই অসমীয়া শাক হিচাপে অতীজৰে পৰা ব্যৱহাৰ কৰি হিচাপেখাদ্য সম্ভাৰত ব্যৱহাৰিত হয়।