পৃষ্ঠা:Su swasthyar aadhar.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰু অন্য সন্ধি বিষৰ চিকিৎসা কৰা হয়। আকৌ বাতবিষ, আমবাত, বাতৰক্ত, মাংসপেশীৰ শিথিলতা আৰু মুৰৰ বিষ আদিত চিকিৎসা ইয়াৰ জৰিয়তে কৰা আগদিনা ৰাতি কফ প্রকোপ হােৱা আহাৰ খাব দিয়া হয়। ৰােগীৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি চিকিৎসাৰ দিনা বুকুৰ আগফালে আৰু পিছপালে পিঠিত তাপ প্রয়ােগ কৰা হয় যাতে কফবােৰ গলিবলৈ আৰম্ভ কৰে। ইয়াক অচ্চশ্নেপান আৰু সর্বাঙ্গ স্বেদ আদিৰ দৰে পূর্বকৰ্ম বুলি কোৱা হয়। কফবােৰ গলি যােৱাৰ পিছত বিশেষ ঔষধি পানী খাব দিয়া হয় বমি উৎপত্তি হােৱাৰ বাবে। খাদ্যনলীৰ ওপৰ ভাগৰ বিষাক্ত দ্রব্য সমূহ বাহিৰ কৰি দিয়া হয়। বমি সম্পন্ন হােৱাৰ পিছত ৰােগীজনক বিশেষ খাদ্য আৰু ব্যৱহাৰ পালন কৰিব দিয়া হয় যাক কোৱা হয় সংসর্জন ক্রম বমন হৈ যােৱাৰ পিছত ৰােগীক জীৰণি লবলৈ দিয়া হয় অৱৰুদ্ধ হাঁওফাও, কাঁহ, জ্বৰ, এজমা, ব্যংকাইটিজ আদি হৈ থকা অৱস্থাত মাত্রাধিক কফ খিনি বাহিৰ কৰিবলৈ বমন কৰা হয়। বিৰেচনঃ অত্যাধিক পৰিমানে দুষিত পিত্তৰ সংশ্যেণ হােৱাৰ বাবে শৰীৰত দমলা উঠা, প্রদাহ , শালমইনা, বমি বমিভাৱ, জণ্ডিচ, আদি হয় তেতিয়া শৰীৰৰ শৌচৰ জৰিয়তে বাহিৰ কৰি দিয়া হয়। ইয়াকে বিৰেছন পদ্ধতি বুলি কোৱা হয়। বক্তিক দুই ভাগত ভগাব পাৰি অনুবাসন বক্তি আৰু নিৰূহ বক্তি। অনুবাসন বস্তি বহুদিনীয়া বাত ব্যাধি উপমৰ বাবে ব্যৱহাৰ কৰা হয়। নিহ বক্তি বিভিন্ন চর্মৰােগ, সন্ধিবিষ, স্নায়ুৰােগ আদিৰ উপশমৰ বাবে ঔষধি বনদৰৱৰ গুহ্যদ্বাৰেদি প্রয়ােগ কৰা হয়। উত্তৰবস্তিঃ এই পদ্ধতিত বন্ধ্যাত্ব, শুক্ৰৰােগ আদিৰ বাবে পুৰুষ মহিলা উভয়কে জনন নলীয়েদি ঔষধি দ্রব্য, তেল প্রয়ােগ কৰা হয়। নস্যকর্ম- নাকেৰে ঔষধি প্রয়ােগ কৰি কৰা চিকিৎসক নস্য কর্ম বােলে। ডিঙি ৰ পৰা উ ভাগৰ চিকিৎসাৰ ক্ষেত্ৰত দব্য নাসগৱৰেদি প্রয়ােগ কৰা হয় ।কোৱা হয়। “নাসাহি শিস্য দ্বাম” গতিকে বস্তিঃ বাত প্রধান অঞ্চল হৈছে কলন বা অন্ত্র। বাতৰ বাবে বিভিন্ন ৰােগ উৎপন্ন হয়। এই পদ্ধতিত বিভিন্ন ঔষধি দ্রব্য গুহ্যদ্বাৰেদি ৰােগীৰ শৰীৰত প্ৰয়ােগ কৰা হয় আৰু বৃহদন্ত্রত থাকিবলৈ দিয়া হয়। কোষ্ঠকাঠিন্য, পেটফুলা, জীর্ণজ্বৰ, যৌন ব্যাধি, বৃক্কৰ পাথৰ, হৃদয়ৰ বিষ, চায়েটিকা ১১৬