পৃষ্ঠা:Su swasthyar aadhar.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্নায়ুমাংসপেশী সম্বন্ধীয় সন্ধি বিষত উপযােগী। স্বস্তিক শালি পিণ্ড স্বেদ - চিকিৎসা পদ্ধতিত এক প্ৰকাৰৰ শালি চাউল ব্যৱহাৰ কৰা হয় যি চাউল ৬০ দিনতেই ৰােৱাৰ পৰা চাউললৈ ৰূপান্তৰ প্রথমে তেলখিনি গৰম পানীৰ বিবেচনা কৰা হয়। বিশেষকৈ স্নায়ুজনিত হয় সেয়েহে ইয়াক ষষ্ঠীক শালি বুলি ওপৰত৩৮ৰপৰা ৪০ ডিগ্রী ছেণ্টিগ্রেডলৈ বিকাৰ প্রশমন কৰিবলৈ ইয়াক ব্যৱহাৰ গৰম কৰি লােৱা হয়। তাৰ পিছত চালৰ কৰা হয়। ওপৰত প্রায় ২ ইঞ্চি ওপৰলৈ অহাকৈ চৌনাস্নানঃ ঢালি দিয়া হয় আৰু এক নির্দিষ্ট ইয়াত এটা কাঠেৰে নির্মিত এটা ঘৰৰ সময়লৈকে থাকিবলৈ দিয়া হয়। আৰু এই যাতে উষ্ণতা বাহিৰলৈ সম্প্ৰসাৰণ হ'ব নির্দিষ্ট সময়খিনিত তেলৰ উষতা নিয়ন্ত্রণ নােৱাৰে তেনে ঘৰৰ ভিতৰত সাগৰৰ পৰা কৰি ৰখা হয়, মাজে মাজে কপাহেৰে তেল খিনি আঁতৰাই নিয়া হয় আৰু নতুন পােৱা বিশেষ পিউমিচ শিল গৰম কৰি ভাপ উৎপন্ন কৰি শৰীৰত সেক দিয়া হয়। গৰম তেল দিয়া হয়। এয়া বিষৰ বাবে আৰু অকাল বৃদ্ধতাৰ স্বেদনঃ বাবে উপযােগী। স্বেদন হ’ল ঘাম ওলাবলৈ কৰা প্রক্রিয়া যিটো স্নেহনৰ পিছত তাৎক্ষণিক ভাৱে কৰা হয়।শৰীৰৰ বিষাক্ত দ্রব্যসমূহ শিথিল কৰিবলৈ ঔষধি বনদৰৱও যােগ কৰা হয়। স্বেদনে খাদ্যনলীৰ ভিতৰলৈ ৰােগ সৃষ্টিকাৰী দ্রব্যসমূহৰ গমনত সহায় কৰে। পত্রপিণ্ড স্বেদনঃ ইয়াত বিভিন্ন বনদৰৱৰ উপদানসমূহ পিণ্ড আকাৰে লৈ সেক দিয়া বমনঃ হয় আৰু সেয়ে ইয়াক পত্রপিণ্ড স্বেদন এইবিধ হৈছে পাঁচবিধ পঞ্চকর্ম বােলে। এই বিধ স্নায়ুজনিত ৰােগ আৰু পদ্ধতিৰ ভিতৰত অন্যতম এক প্রণালী যিটো কফ’ৰ পৰা উৎপত্তি হােৱা ৰােগ বমিৰ জৰিয়তে উপসম কৰাৰ চেষ্টা কৰা হয়। সাধাৰণতে এয়া ৰাতিপুৱা ভাগত খালী পেটত কৰা হয়, যেতিয়া কফৰ প্রকোপ অধিক হৈ থাকে ৰােগীক