পৃষ্ঠা:Su swasthyar aadhar.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিৰােধাৰাঃ এক নির্দিষ্ট সময়ৰ কাৰণে জুলীয়া ঔষধি দ্রব্য এক নির্দিষ্ট দূৰত্বৰ পৰা ৰােগীজনক ওপৰমুৱাকৈ শুৱাই লােৱা অ ৱ স্থ। ত ক পালত পৰিবলৈ দিয়া পদ্ধ কর্ণপূৰণঃ কাণৰ আৰু শিৰৰােগত ভূগি থকা ৰােগীসমূহৰ কাণত ঔষধিযুক্ত তেল টা প্রয়ােগ কৰা পদ্ধতিটোক কর্ণ পুৰণ বুলি কোৱা হয়। শি, ৰাধাৰা বুলি শিবস্তিঃ কোৱা হয়। হাতাশা, উচ্চ ৰক্তচাপ, মুধাতেলৰ ভিতৰত অন্যতম হল নিদ্রাহীনতা, উদ্বেগ আৰু আন বহুতাে শিৰবক্তি। এই পদ্ধতিত মূৰত এক মানসিক ৰােগত শিৰধাৰা অতি ফলপ্রদ টুপীসদৃশ নিশ্চিদ্ৰ যতন পিন্ধাই দিয়া হয়। চিকিৎসা। আৰু ঔষধিযুক্ত তেল নির্ধাৰিত সময়ৰ অক্ষিতর্পনঃ কাৰণে ৰখা হয়। এই পদ্ধতি চুলি সৰা সমস্যা, চুলি পকা তথা মুখৰ এটা ফাল এই পদ্ধতিত চকুৰ চাৰিওফালে মাটি দাইলৰ গুড়ি নাইবা ময়দাৰে এক বেকা হােৱা ইত্যাদি ৰােগত ফলপ্রসূ হয়। নির্দিষ্ট উচ্চতাৰ ঘেৰ বনাই ঔষধি যুক্ত কটিবস্তিঃ ঘিউ এক নির্ধাৰিত সময়ৰ বাবে চকুৰ পতা বিভিন্ন ধৰণৰ ককালৰ বিষত ডুব যােৱাকৈ দিয়া হয়। এই সময়ত ঔষধিযুক্ত তেল ককালৰ ওপৰত চকুহাল জপােৱা মেলা কৰি থকাতাে নির্ধাৰিত সময়ৰ বাবে ৪০-৫০ উষ্ণতা দৰকাৰ। এই পদ্ধতি সম্পূর্ণ হােৱাৰ পাছত বজাই ৰাখি ব্যৱহাৰ কৰা হয়। এই চকুৰ পৰা ঘি সমূহ আতৰাইদিয়া হয়। পদ্ধতিটোকে কটিবস্তি বুলি কোৱা হয়। জানুবস্তিঃ জানুবস্তি হ’ল এক প্ৰকাৰৰ স্নিগ্ধ স্বেদন যত স্নেহযুক্ত দ্রব্যক আঠুৰ ওপৰত এটা নির্দিষ্ট সময়ৰ বাবে থাকিব দিয়া হয়। সংস্কৃতত আয়ুর্বেদত আঠুক জানু বুলি কোৱা হয় সেয়ে এই চিকিৎসা প্রণালীক জানুবস্তি বুলি কোৱা হয়। ১১৪