পৃষ্ঠা:Su swasthyar aadhar.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বজাই ৰাখিব লাগে। এই তেল প্রথমে পনীয়া খাদ্যবস্তু খাবলৈ দিয়া হয়। মূৰত ব্যৱহাৰ কৰা হয়। প্রথমতে তেল ৰােগীজনে নিশা ভালকৈ টোপনি যাব কপালত লগােৱা হয় আৰু তাৰ পাছত লাগে। পাছদিনা পুৱা ৰােগীজনক হজম গােটেই মূৰত লগােৱা হয়। তাৰ পাছতে শক্তি পৰীক্ষা কৰি দিনচৰ্য্যা পালন কৰাৰ কাণ, হাত তথা ভৰিত মালিছ কৰা হয়। পাছত স্নেহপানৰ কাৰণে সাজু কৰিব এই মালিছ প্রথমে মূৰত তাৰ পিছত ডিঙি, লাগে। ৰােগীজনক স্নেহপানৰ সময়ত বাহু, পিঠি, হাত, বুকু, পেট, ককাল তথা চকু বন্ধ কৰি স্বাস্থ্য পৰীক্ষাৰ ভিত্তিত ভৰিত ক্রম অনুসাৰে কৰা হয়। অভ্যঙ্গ স্নেহপান কৰিবলৈ দিয়া হয়। প্রথম দিনা ৰােগীজনক বহুৱাই, ওপৰমূৱাকৈ শুৱাই ৰােগীজনক ৫০-৭৫ মি.লি. ঘিউ নাইবা সোঁ কাটিকৈ আৰু বাওকাটিকৈ শুৱাই ৩০-৬০ মি.লি. তেল খাবলৈ দিয়া হয়। কৰিব পাৰি। ককালৰ বিষ থাকিলে ৰােগীজনৰ হজমশক্তি ওপৰত নিৰ্ভৰ কৰি ৰােগীক তলমুৱাকৈ শুৱাইও কৰা হয়। পাছদিনা স্নেহন মাত্রা নির্ধাৰণ কৰা হয়। ভৰি তথা গাঠিসমূহত ঘুৰণীয়াকৈ বসা আৰু মজ্জাৰ ক্ষেত্ৰত ৫০ মি.লি. মালিছ কৰা হয় আৰু মাংসপেশীসমূহত লৈকে স্নেহপান দিব পৰা যায়। অনুলােম অর্থাৎ ৰােমকূপৰ সমদিশত সূর্যোদয়ৰ আধাঘণ্টাৰ ভিতৰত মালিছ কৰা হয়। নাভিস্থানত ঘূৰণীয়াকৈ ৰােগীজনক এখন আসনত বহিবলৈ দি মালিছকৰা হয়। খালীপেটত স্নেহ খাবলৈ দিয়া হয়। স্নেহ উদবর্তনঃ পানৰ পাছত চকুৰ পৰা বন্ধন গুচাই গৰম ই হ’ল বনৌষধিযুক্ত তেল নতুবা পানী অনুপান হিচাপে খাবলৈ দিব লাগে। পাউদাৰৰ সহায়ত ডিঙিৰ তলৰ অংশৰ তাপ পাছত ৰােগীজনক গৰম পানীৰে মুখ পৰা গােটেই শৰীৰত ৰােমকূপৰ বিপৰীত ধুবলৈ দিয়া হয়। এইধৰণেই পাছদিনাও দিশত দিয়া মালিছ পদ্ধতি। এই পদ্ধতিয়ে। একে পদ্ধতি অৱলম্বন কৰা হয়। দেহৰ পৰা অধিক চর্বী কমােৱাত সহায় স্নেহপানৰ সময় বাকালঃ কৰাৰ লগতে ছালৰ উজ্জ্বলতা বঢ়োৱাতাে সম্যক স্নিগ্ধলক্ষণ উৎপন্ন সহায় কৰে। নােহােৱা পর্যন্ত স্নেহপান কৰাব লাগে। অচ্ছাস্নেহপানঃ সাধাৰণতে ৩ ৰ পৰা ৭ দিনৰ ভিতৰত অচছাপান হ’ল আভ্যন্তৰীন সম্যক লক্ষণ দেখা যায়। ৭ দিনটো সম্যক স্নেহপানৰ এক পদ্ধতি। এই পদ্ধতিত লক্ষণ দেখা নিদিলে ২-৩ দিন ৰক্ষণ কৰি ঔষধিযুক্ত স্নেহ নাইবা কেৱল স্নেহ আকৌ আগৰ পদ্ধতি মতে স্নেহপান কোনাে ধৰণৰ খােৱা বস্তুৰ লগত মিহলি কৰােৱা হয়। স্নেহ পানৰ সময়ত নকৰাকৈ এক নির্ধাৰিত সময়ৰ বাবে ৰােগীজনক পর্যাপ্ত পৰিমাণে টোপনিৰ খাবলৈ দিয়া হয়। এই স্নেহপান ৰাতিপুৱাৰ দৰকাৰ কিন্তু দিবাস্বপ্ন পৰিহাৰ কৰিব ভাগত কৰােৱা হয়। আৰু তাৰপাছত সেই লাগে। বমিৰ ভাৱ দুৰ কৰিবলৈ নেমুটেঙা, স্নেহ হজম হােৱাৰ পাছত ৰােগীজনক ইলাছী, আদিৰ গােন্ধলবলৈ দিয়া হয়। ১১৩