পৃষ্ঠা:Su swasthyar aadhar.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিশুৰ যতন শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে শিশু ভালকৈ যতন লােৱাটো উচিত। জন্মৰ পিছতে সম্পূর্ণ স্বাভাৱিক অৱস্থাত ঘূৰি অহাৰ পিছত স্তন্যপান কৰাব লাগে। শিশুৰ বাবে যিবােৰ কাপােৰ ব্যৱহাৰ কৰা হয় সেইবিলাক কপাহী আৰু কোমল হােৱাটো বাঞ্চনীয়। দিব লাগে। ইয়াৰ বাবে চাউলৰ গুৰি, ঘৃত, কোমল বিচনা শিশুৰ বাবে ব্যৱহাৰ কৰিব লৱণৰ আৰু পানীৰ দ্বাৰা নাইবা গােদুগ্ধ লাগে। মল মূত্ৰৰ দ্বাৰা যদি কাপােৰবােৰ আৰু শৰ্কৰা মিহলাই শিশুটিক খুওৱাব লেতেৰা হয় সেইবােৰ ভালদৰে ধুইৰ’দত লাগে। ছমাহ বয়সত ফলপ্রাসন সংস্কাৰৰ শুকুৱাব লাগে আৰু তাৰ পিছত যদি সম্ভৱ বিধান আছে। বিভিন্ন ফল-মূল শিশুক হয় ধোঁৱা দিব লাগে। পাঁচ/ছমাহ বয়সত ছমাহ বয়সৰ পৰা দিব লাগে। ফলমূল শিশুটিক আমি বহিবলৈ অনুশীলন কৰাব হৈছে বিভিন্ন ভিটামিন আৰু খনিজ লৱণৰ লাগে। তাৰ বাবে শিশুটি পৰিস্কাৰ ঠাইত সমাহাৰ। শিশুৰ পুষ্টিৰ বাবে ই অতি বা বিচনা আদিত আনৰ সহায়ৰ দ্বাৰা প্রয়ােজনীয়। বহুৱাব লাগে। বিভিন্ন ৰং বিৰঙৰ খেলা দহ মাহ বয়সত আমি শিশুটি সামগ্রী শিশুটিক দিব লাগে। এইটো মনত মাছৰ আঞ্জা বা মাংস ৰস ইত্যাদি খুওৱাব ৰাখিব লাগে যাতে খেলা সামগ্রী বিষাক্ত পাৰে। শিশুক প্রতিদিনে অভ্যংগ (মালিছ) বস্তুৰে তৈয়াৰী নহয়, মুখৰ ভিতৰলৈ আৰু উদ্ধর্তন (শুকান ঔষধি দ্ৰব্যৰ সুমাই নাযায়, অগ্রভাগ চোকা নহয়, মালিছ) আৰু সদায় ভালদৰে স্নান কৰাব দেখাত ধুনীয়া হয় আৰু শব্দ সৃষ্টি কৰা লাগে। বিভিন্ন ঔষধি দ্রব্যৰে পাক কৰা হয়।ক্রীড়াস্থান সমান পৰিস্কাৰ হব লাগে। তেলেৰে শিশুক মালিছ কৰিব লাগে। ছমাহ বয়সলৈ মাকৰ গাখীৰেহ যেনে— বলা তেল। উদ্ধর্তনৰ বাবে শিশুটিৰ বাবে উৎকৃষ্ট। ছমাহ বয়সত হালধি গুড়া বা কুলথী আটা বা অশ্বগন্ধা শিশুটিক অন্নপ্রাশন কৰাব লাগে। অথাৎ চূর্ণ ইত্যাদি । কুহমীয়া গৰম পানীৰে আমি এই মাহৰ পৰা শস্য জাতীয় খাদ্য মালিছ উদ্ধর্তন আদিৰ পিছত স্নান কৰাব ১০৯