পৃষ্ঠা:Su swasthyar aadhar.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাতৃদুগ্ধ বর্ধক ঔষধি মাতৃদুগ্ধ শিশুৰ বাবে অমৃতৰ শ্ৰম কৰিলে, ক্ৰধৰ বশৱৰ্তী হলে স্তন তুল্য। সেয়েহে স্তন্যপান সফল হােৱাতাে উৎপাদন আৰু নিঃসৰণ কম হয়। অতিকৈ প্ৰয়ােজনী। প্রথম ছমাহলৈ সেয়েহে মাতৃগৰাকী শাৰিৰীক আৰু শিশুৰ একমাত্র খাদ্য হৈছে স্তন্য অর্থাৎ মানসিক অৱসাদৰ পৰা নিজকে আঁতৰাই মাতৃদুগ্ধ। ই শিশুৰ শাৰীৰিক আৰু ৰাখিব লাগে। শিশুটিৰ প্রতি প্রেম-প্রীতিৰ মানসিক বিকাশৰ বাবে অতিকৈ মনােভাৱেৰে এটি সংকল্প মনত প্রয়ােজন। কিছুমান মাতৃয়ে কেতিয়াবা মাতৃগৰাকী স্তন্যপান কৰাব লাগে। তেওঁলােকৰ দুগ্ধ উৎপাদন কম হােৱা তাৰােপৰি মাতৃগৰাকী উপযুক্ত বুলি চিন্তা কৰে। মাতৃদুগ্ধ উৎপাদন আহাৰ গ্ৰহণ কৰিব লাগে। স্তন্য উৎপাদন। কেনেদৰে ভালকৈ ৰাখিব পাৰি আয়ুর্বেদ বঢ়াবৰ বাবে বিভিন্ন ধৰণৰ চাউলৰ ভাত অনুসৰি লিখিব বিছাৰিছাে। (বিশেষকৈ শালি আৰু যষ্টিক চাউল), স্তন্য উৎপাদনত আৰু নিঃসৰণ গােমধানৰ পৰা তৈয়াৰী খাদ্য, মুগ, মচুৰ, বজাইৰাখিবৰ বাবে স্তন্যপান কৰাই থকাৰ মাহৰ দাউল, কুলথী, ইত্যাদি। গাখীৰ উপৰিও, শিশুটিৰ প্ৰতি মাতৃ গৰাকীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য, ফল মৰম, সংস্পর্শ নিঃসৰণ হয়। সেয়েহে মূল, শাক-পাচলি দ্ৰৱ পদার্থ, মাছ-মাংস, মাকৰ লগত শিশুটি মনত পৰিলে, মিঠা স্নিগ্ধ খাদ্য গ্রহণ কৰিব লাগে। শিশুটিক কোলাত ল’লে দেখিলে বা স্পর্শ কিছুমান ঘৰুৱা দুগ্ধবর্ধক ঔষধি কৰিলে মাতৃদুগ্ধ নিঃসৰণ হয়। সেয়েহে তিলকল্প (চাটনি), নহ , মাকৰ লগত শিশুটি বেছিভাগ সময় থকাৰ পিয়াজ, শতমূল, গাে-দুগ্ধৰ লগত পিপ্পলি দৰকাৰ। আধুনিক বিজ্ঞানৰ মতে ইয়াৰ চূর্ণ। ইয়াৰ উপৰিও ক্ষীৰ অর্থাৎ বগা আঠা দ্বাৰা অক্সিটচিন নামৰ হৰ্মন নিঃসৰণ হয় ওলােৱা উদ্ভিদ যেনে— দুধকৰি, দুধকচু, যাৰ সহায়ত দুগ্ধ নিঃসৰণ হয়। ইয়াৰ ঠিক অমিতা ইত্যাদি দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে বিপৰীতে মাক দুঃচিন্তাত থাকিলে, অধিক সেৱন কৰিব পাৰে। ১০৮