পৃষ্ঠা:Su swasthyar aadhar.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম তিনিমাহ- আহাৰ ১। শীতল,মিঠা জুলীয়া খাদ্য ২। মধুৰ বৰ্গৰ দ্রব্য গ্রহণ কৰা(গাখীৰ , কুঁহিয়াৰ ৰস, নাৰিকল, কল , মৌ, যষ্টিমধু আদি) উপযােগিতা ক) বমিৰ কাৰণে শৰীৰত কমি যােৱা পানী আৰু লৱণৰ প্ৰয়ােজনীয়তা পূৰণ কৰা। খ)শৰীৰত প্ৰয়ােজনীয় পুষ্টিদিয়া। গ) মাতৃ আৰু গভর্জ সন্তানৰ স্বাস্থ্য ৰক্ষা চতুর্থ,পঞ্চম ষষ্ঠমাহ আহাৰ গ) কৌষ্ঠকাঠিন্য দূৰ কৰে। ঘ) মগজুৰ কার্যক্ষমতা নিয়ন্ত্রণ কৰে। ঙ) বেক্টেৰিয়া ধ্বংস কৰে। চ) প্রসৱকালীন সংক্রমণ ৰােধ কৰে। গভাৱস্থাৰআহাৰ- গর্ভপােঘাতকভাব যি আহাৰ - বিহাৰ গভর্জ সন্তাৰ বাবে হানিকাৰক, তাক গর্ভপােঘাতকৰ ভাব বুলি কোৱা হয়।উদাহৰণস্বৰূপে- ১। কটু-তিক্ত (উষও দ্রব্য) ২। ব্যায়াম ৩। মৈথুন ৪। অত্যাধিক উপবাস ৫। দিবা-শয়ন ৬। ৰাত্রিজাগৰণ ৭। শােক ৮| বেয়া ৰাস্তাত যানবাহনত যাত্ৰা কৰা ৯। ভয় ১০। মলমুত্র আদি বেগধাৰণ কৰা। গর্ভস্থাপক দ্রব্য- গভর্জ সন্তানৰ বৃদ্ধি আৰুবিকাশত সহায় কৰা আৰু গভােঘাতকৰ দ্রব্যসমূহৰ হানিকাৰক ক্রিয়াক বাধা দিয়া দ্রব্যসমূহ হল- ১। ব্রাহ্মী ২। শতবীৰ্য্য ৩। সহস্রবীৰ্য ৪। আমােঘা ৫। গুডুচি ৬। শিলিখা ৭। অহিষ্টা ৮। বলা ৯। মানিমুনি ১০। বিশ্বসেনকান্তা এই দ্রববােৰ মৌ অথবা ঘিউৰ সৈতে মিহলাই খােৱা উচিত। গৰ্ভাৱস্থাৰবাবেউপযােগী যােগাসন- ১৷য়ষ্টিকাসন (Stick Pose) উপযােগিতা- ক) পেট আৰু নিতম্বৰ মাংসপেশীবােৰ শিথিল কৰি তােলে। ১। মাংস ৰসৰ ব্যৱহাৰ ২।গক্ষুৰ ব্যৱহাৰ উপযােগিতা ক) গর্ভজ সন্তানৰ শৰীৰৰ বিকাশৰ বাবে প্রয়ােজনীয় প্রটিন যােগান ধৰে। খ) মুত্রজনন। শেষৰতিনিমাহ- আহাৰ ১। বিদাৰি গন্ধ বৰ্গৰ ( পুনর্বা, গক্ষুৰ, বিদাৰীআদি) দ্ৰব্যৰ ব্যৱহাৰ। ২। বক্তিৰ ব্যৱহাৰ। ৩। যােনিপিঞ্জুৰ ব্যৱহাৰ। উপযােগিতা ক) মুত্রজনন। খ) বল বৃদ্ধি কাৰক। ১০৬