পৃষ্ঠা:Su swasthyar aadhar.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক) কুমাৰী। ক)নহৰু। খ) অপামার্গ। খ) শতমূল। গ) ৰক্তকমল। গ)শতপুষ্প। ঘ)নহৰু। ঘ) অশ্বগন্ধা। ঙ) বিব। ঙ) চালকুঁৱৰী। চ)গম্ভাৰী। চ)তিল। ছ) বৰ ভেকুৰী। গর্ভিণী পৰিচয্যা (AntenatalCare) জ) তিতা ভেঁকুৰী। আয়ুর্বেদ চিকিৎসা শাস্ত্রত বন্ধ্যাত্বঃ এগৰাকী গৰ্ভৱতী মাতৃক শাৰীৰিক আৰু বিবাহিত দম্পত্তি ৰ মাজত মানসিকভাৱে এক সুস্থ প্রসৱৰ কাৰণে সন্তানহীনতা এটি ডাঙৰ সমস্যা। যি প্রস্তুত কৰি তুলিবলৈ যি আহাৰ বিহাৰ আৰু ঔষধি ব্যৱস্থা আৰু লাগতিয়াল শাৰীৰিক, মানসিক আৰু সামাজিক ভাৱে নেতিবাচক প্রভাৱ পেলায়। এই বেমাৰৰ পৰামর্শ দিয়া হয় তাক গর্ভিণী পৰিচৰ্য্যা চিকিৎসাত ব্যৱহৃত কিছুমান বনৌষধি বুলি কোৱা হয়। তলত উল্লেখ কৰাহ’ল- উদ্দেশ্য- ক) তিল। ক) গভর্জ সন্তানৰ ওপৰত পৰা যিকোনাে বিয়ােগাত্মক প্রভাৱ আতৰ কৰা। খ) নহৰু। খ) গর্ভজ সন্তানৰ স্বাভাৱিক বৃদ্ধি আৰু গ) শতমূল। বিকাশৰ নিশ্চয়তা। ঘ) অশ্বগন্ধা। গ) মাতৃৰ সুস্বাস্থ্য আৰু সন্তানৰ বাবে সুস্থ ও) মাহ। প্রসৱ। চ) চয়াবিন। গর্ভণী পৰিচয়াৰ তিনিটা স্তৰঃ ছ) আপেল। ক) প্রথম স্তৰ : মাসানুমাসিক পথ্য জ) গাজৰ। (গৰ্ভৱতী মাতৃৰ বাবে প্রতিটো মাহৰ অনিয়মীয়া ঋতুস্ৰাৱঃ- খাদ্য তালিকা) মহিলাসকলৰ মাজত দেখা পােৱা খ) দ্বিতীয় স্তৰঃ গর্ভোপঘাতকৰ ভাৱ প্রধান সমস্যা। বিভিন্ন কাৰণত অনিয়মীয়া (গর্ভজ সন্তানৰ বাবে অপকাৰী ঋতুস্ৰাৱ দেখা পােৱা যায়। চিকিৎসক আহাৰ বিহাৰৰ পৰা সাৱধানতা) পৰামর্শ অনুযায়ী চিকিৎসা লােৱাটো গ) তৃতীয় স্তৰঃ গর্ভস্থাপক দ্রব্য (গর্ভজ দৰকাৰী। তাৰােপৰি নিম্নলিখিত সন্তানৰবাবে উপকাৰীআহাৰ বিহাৰ) বনৌষধিসমূহ ব্যৱহাৰ কৰি সুফল পাব মাসনুমাসিক পথ্য- পাৰে। ১০৫