পৃষ্ঠা:Su swasthyar aadhar.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • এলার্জীৰ ফলত হব পৰা জটিলতা - ধূলি বালি বা প্ৰদূষিত বাতাবৰণৰ পৰা

এলার্জীৰ ফলত শৰীৰৰ বিভন্ন অংগ পৰ্য্যমানে আঁতৰি থাকিব লাগে। আক্রান্ত হব পাৰে। যদি নাকৰ চিকিৎসা - আধুনিক চিকিৎসা শেষ্মৱৰন আক্রান্ত হয় তেন্তে তাৰ ব্যৱস্থাত এন্টি-হিষ্টামিনিক, ষ্টেৰইড পৰা এলার্জীক ৰাইনাইটিচ বা সহজ ইত্যাদি ব্যৱহাৰ কৰা হয় আৰু অতি ভাষাত চর্দী বা পানী লগা উৎপন্ন হয় ভয়াবহৰ ক্ষেত্ৰত এড্রিনেলিন নামৰ ঔষধ আৰু পিছলৈ চাইনাছাইটিছৰ সৃষ্টি ব্যৱহাৰ কৰা হয়।ইয়াৰ উপৰিও এলার্জীৰ কৰে। মূখমণ্ডলৰ চাইনাচক আক্রান্ত ফলত হােৱা বিভিন্ন লক্ষণ বা জটিলতাৰ কৰি চাইনাছাইটিছৰ সৃষ্টি কৰে। বাবে সেই লক্ষণ বা জটিলতা অনুযায়ী লগতে মুৰৰ ফালে আক্রমণ কৰি চিকিৎসা কৰা হয়। মাইগ্রেইনৰ মূৰৰ বিষৰ সৃষ্টি কৰিব আয়ুর্বেদিক চিকিৎসা - আয়ুর্বেদত পাৰে। ই আমাৰ চুলি সৰা বা চুলিৰ এই সমস্যাটোৰ প্ৰতিৰােধ তথা ইয়াৰ অকাল পক্কাৰ কাৰণাে হ'ব পাৰে।এই লক্ষণ আৰু জটিলতা অনুযায়ী বিভিন্ন এলার্জীযদি শ্বাসনলীৰ তলৰ অংশত ঔষধিৰ ব্যৱহাৰ উল্লেখ আছে। একক গুছি যায় তাৰ পৰা ব্রংকিয়েল এজমা ঔষধিৰ ভিতৰত হৰিদ্ৰা, গুধুচী, আদা, সৃষ্টি হয়। পিপলি, ক’লা জালুক, দাল চেনী, যদিও ওপৰত উল্লেখ কৰা কণ্টকাৰী, বাসা, মুলেথি, তুলসী বেমাৰবােৰৰ নাম বা লক্ষণ ভিন ভিন হয়। ইত্যাদিয়েই প্রধান। ইহঁতৰ কাৰণ একেটাই। সেইটো হৈছে শাস্ত্রীয় ঔষধ লক্ষণ আৰু জটিলটোৰ ভিন্নতা অনুযায়ী তলৰ শাস্ত্রীয় তেজৰ সম্পূর্ণ কোষৰ সংখ্যা ঔষধ সমূহ প্রয়ােগ কৰা হয়, যেনে - নির্ণয়ৰ পৰীক্ষাত তেজৰ উওচিনােফিল হৰিদ্ৰা খণ্ড, ত্ৰিকটু চূর্ণ, শীততাপলাদি চূর্ণ, নামৰ কোষৰ সংখ্যা বেছিকৈ ওলাব মুলেথি চূর্ণ, তালিসাদি চূর্ণ, গিলােই সত্ব, পাৰে। এন্টিবডিৰ পৰীক্ষাৰ সহায়ত কৈশােৰ গুগ্‌ল, নাৰদীয় লক্ষ্মীবিলাস ৰস, মানুহজনৰ কি কি পদাৰ্থৰ প্রতি এলার্জী তংকন ভষ্ম, স্ফটিকা ভষ্ম, কণ্টকাৰী আছে তাক পৰীক্ষা কৰা হয়। কিছুমান অৱলেহ, বাসা অৱলেহ, চিত্ৰক হৰিতকী ইনজেকচন লগােৱাৰ আগতে ছালত অৱলেহ ইত্যাদি। পৰীক্ষা কৰিব দিয়াহয়। পেটেন্ট ঔষধি ও চেপ্টিলিন, এলার্জীৰ প্ৰতিৰােধ - যি কাৰকৰ। লার্জিনা, শীতপিত্তান্তকবীইত্যাদি। পৰা এলার্জী সৃষ্টি হয় সেই কাৰকৰ পৰা ওপৰত উল্লেখ কৰা ঔষধসমূহ আঁতৰি থকাই একমাত্র প্রতিৰােধ। লগতে চিকিৎসকৰ পৰামর্শ অবিহনে সেৱন কৰা আমি সুষম আহাৰ, ফলমূল, সেউজীয়া অনুচিত। কাৰণ ভিন ভিন ৰােগী বা মানুহ শাক পাচলি বেছিকৈ সেৱন কৰিব লাগে। অনুসৰি ঔষধােভিন ভিন হয়। এলার্জী।