পৃষ্ঠা:Su swasthyar aadhar.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এই বিভাগত স্নাতকোত্তৰ আৰু বা সজাগতাৰ অভাৱত মানুহে বিপথে গৱেষণাৰ বাবে বিভিন্ন অনুসন্ধানমূলক পৰিচালিত হৈ যমৰ যাতনা ভূগিব লগা কাম হৈ থাকে। হয়। সেয়েহে এই বিষয়ত সজাগতাৰ অর্শৰােগ তথা মলাশয় আৰু গুহ্যদ্বাৰৰ বিশেষ প্রয়ােজন আছে। অন্যান্য ৰােগৰ বিষয়ে এটি সম্যক সাধাৰণতে মানুহে গুহ্যদ্বাৰ বা ধাৰণা ঃ মলাশয়ৰ যিকোনাে ৰােগকেই ‘পাইছ’ অর্শৰােগ এবিধ ৰােগ যত নাম দিয়া দেখা যায়। তাৰ ফলত প্রকৃত মলত্যাগৰ পিছত ৰক্তক্ষৰণ বা শৌচাদ্বাৰ চিকিৎসাৰ পৰা বঞ্চিত হৈ ৰােগী মৃত্যুমুখত ফুলি উঠা বা শৌচদ্বাৰৰ বিষ হােৱা দেখা পৰা দেখা যায়। আচলতে গুহ্যদ্বাৰ বা যায়। মলাশয়ত সাধৰণ ফোঁহাৰ পৰা মাৰাত্মক আনহাতে একেইখিনি লক্ষণ কর্কট ৰােগলৈকে বিভিন্ন ৰােগ হ'ব পাৰে। বিভিন্ন হ'ব পাৰে যেনে মাৰাত্মক কর্কট গুহ্যদ্বাৰ বা মলাশয়ত বেছিকৈ হােৱা ৰােগ। বিভিন্ন ভূৱা চিকিৎসকে পর্যাপ্ত ৰােগবিলাক হৈছে, পৰিকৰ্ত্তিকা, অর্শ, জ্ঞানৰ অবিহনে চিকিৎসা কৰি ৰােগীক ভগন্দ, বিভিন্ন ধৰণৰ কৰ্কটৰােগ ইত্যাদি। মৃত্যুমুখলৈ ঠেলি দিব পাৰে। পৰিকৰ্ত্তিকাঃ সেয়েহে ৰােগ অতি বিপদজনক পৰিকৰ্ত্তিৰ্কা বা ফিছাৰ-ইন এনাে স্থিতিলৈ যােৱাৰ আগতেই বিশেষজ্ঞ হৈছে গুহ্যদ্বাৰত হােৱা এক প্ৰকাৰৰ চিকিৎসকৰ দ্বাৰা পৰীক্ষা তথা চিকিৎসা দীঘলীয়া বা ৰৈখিক আকাৰৰ ঘাঁ। ইয়াৰ কৰাই ডাঙৰ বিপদৰ পৰা দুৰত থাকিব কাৰণ হৈছে অতিশয় কঠিন বা অত্যাধিক অতি সাৰ বা অন্য যিকোনাে ধৰণৰ শৌচদ্বাৰ আৰু মলাশয়ৰ বিভিন্ন ৰােগ আঘাত। আন কাৰণবােৰ হ'ব পাৰে। আৰু তাৰআয়ুর্বেদিক প্রতিকাৰৰ বিভিন্ন আন্ত্রিক ৰােগ, গৰ্ভাৱস্থা আৰু প্ৰসৱ অতীত কালৰ পৰাইমলাশয় আৰু ইত্যাদি। গুহ্যদ্বাৰৰ বিভিন্ন ৰােগৰ লগত মানুহৰ এই ৰােগৰ প্রধান লক্ষণ হৈছে। পৰিচয় আছে যদিও আধুনিক জীৱনৰ বেদনা। মলত্যাগৰ সময়ত তীব্রবেদনা আৰু ব্যস্ততা আৰু কৃত্রিম জীৱন যাপন শৈলীৰ তাৰ পিছত পােৰনিৰ অনুভৱ হ'ব পাৰে। বাবে এনেধৰণৰ বােগৰ প্ৰদূৰ্ভাৱ বৃদ্ধি বেদনাৰ ভয়ত ৰােগীয়ে মলত্যাগ নকৰিব পােৱা দেখা গৈছে। প্রাথমিক অৱস্থাত আৰু ফলত অত্যাধিক কোষ্ঠকাঠিন্য হৈ ৰােগ নিৰূপন কৰিব পাৰিলে, উপযুক্ত ৰােগীৰ অৱস্থা আৰু বেয়ালৈ লৈ যায়। চিকিৎসা তথা খাদ্যভ্যাস আৰু জীৱন শৌচৰ লগত তেজ যােৱাটো আন অটা শৈলীৰ শুধৰণি কৰি ইয়াক নির্মূল কৰিব লক্ষণ। লগতে খজুৱতি আৰু মুত্রত্যাগত পাৰি। প্ৰাৰম্ভিক সময়ত উপযুক্ত চিকিৎসা অসুবিধা পাব পাৰে। মলমার্গ সংকুচিত হৈ নকৰিলে এই ৰােগবােৰে কালক্ৰমত যােৱাৰ ফলত মলত্যাগ আৰু বেছি কঠিন। জটিল ৰূপ ধাৰণ কৰে। কিন্তু লাজ, শংকা হৈ পৰে। পাৰি। bb