সমললৈ যাওক

পৃষ্ঠা:Su swasthyar aadhar.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আয়ুর্বেদিক শল্য চিকিৎসা বজাৰ পৰা থাকে লগতে ৩২ খুন বিছনাযুক্ত (সাধাৰণ আৰু কেবিন সহ) অন্তঃবিভাগ, অস্ত্রোপছাৰ কক্ষ (মেজৰ আৰু মাইনৰ) সক লাে আধুনিক সুবিধাসহ)। চিকিৎসালয়ৰ সমগ্ৰৰােগীৰ প্রায় ২৫ শতাংশ এই বিভাগৰ ৰােগী দেশৰ গুৱাহাটীস্থিত চৰকাৰী আয়ুর্বেদিক বিভিন্ন চৰকাৰী বেচৰকাৰী স্থানৰ পৰা কলেজৰ শল্যতন্ত্র বিভাগৰ মুখ্য কাম হ’ল। মলাশয় আৰু গুহ্যদ্বাৰৰ ৰােগৰ বাবে। কেন্দ্রীয় ভাৰতীয় চিকিৎসা পৰিষদ আৰু ইয়ালৈ ৰােগী প্ৰেৰণ কৰা হয় আৰু এই শংকৰদেৱ স্বাস্থ্যবিজ্ঞান বিশ্ববিদ্যালয়ৰ ৰােগসমূহৰ ইয়াত সফলতাৰে চিকিৎসা অধীনস্থ বি.এ.এম.এছ. (B.A.M.S.) সম্পন্ন কৰা হয়। ইয়াৰ ভিতৰত আৰু এম. এছ. {M.S. Ayurveda) ফিষ্টুলা-ইন-এনাে বা ভগন্দৰ ৰােগৰ পাঠ্যক্রম শৈক্ষিক কাম-কাজ চলােৱাৰ চিকিৎসাৰ বাবে ক্ষাৰসুত্র চিকিৎসা লগতে চিকিৎসালয়ৰ বৰ্হিবিভাগ (OPD) পদ্ধতি বিশেষ ফলপ্রসূ। অন্য ৰােগ অন্তঃবিভাগ (IPD), আকস্মিক বিভাগ যেনে অর্শ, পৰিকত্তিকা, গুডভ্রংশ, (Casualty) আৰু অস্ত্রোপছাৰ কক্ষ (OT) খজুৱতি Inflammatory Bowel এইবােৰৰ কাম চলােৱা। চিকিৎসালয়ত Disease আদি বােৰৰও সফল এই বিভাগে সুশ্রুত সংহিতা আৰু অন্যান্য চিকিৎসা আগবঢ়োৱা হয়। আয়ুর্বেদিক শাস্ত্রোক্ত বিধিৰ জৰিয়তে ইয়াৰ বাহিৰেও অন্যান্য নতুন পুৰণি শল্য চিকিৎসা আৰু ঔষদীয় চিকিৎসাৰে ৰােগ, ক্ষত, ঘাঁ, হাড়ৰ বিভিন্ন ৰােগ, অশ্মৰী ৰােগীক সেৱা কৰে। বা পাথৰ হােৱা বেমাৰ, পেটৰ বিষ, আদি চিকিৎসালত শল্যতন্ত্র বিভাগৰ ৰােগ আয়ুর্বেদিক আৰু আধুনিক শল্য বহিঃবিভাগ সপ্তাহত ছয়দিন ৰাতিপুৱা ৮ চিকিৎসাপদ্ধতিৰে চিকিৎসা কৰা হয়। ৮৭