পৃষ্ঠা:Su swasthyar aadhar.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গ্রহণী ৰােগৰ কাৰণ আৰু প্ৰতিকাৰ আমি খােৱা খাদ্য সমূহ মূখৰ খাদ্য অংশ মলদ্বাৰেৰে মল হিচাপে আৰু ভিতৰত দাঁতেৰে চোৱাই খাওঁতে মূত্র মার্গেৰে মূত্র হিচাবে বিসর্জিত হয়। লালাগ্রন্থীৰ পৰা নিৰ্গত লালাস্ৰাৱৰ পেটৰ এই সমূহ পাচন প্রক্রিয়া সহায়ত কিছু পৰিমানে শিথিল হয়। ইয়াৰ সম্পন্ন কৰা ৰস সমূহক আয়ুর্বেদিক শাস্ত্রই পিছত পাকস্থলীৰ অল্প ৰসৰ সংস্পৰ্শলৈ অগ্নি নামেৰে নামাকৰণ কৰিছে। এই অগ্নি আহে খাদ্য সমূহ। যত খাদ্যসমূহ টেঙা যেতিয়া সঠিকভাৱে কাম কৰি থাকে হৈ পৰে আৰু প্ৰটিন তথা কাবো হাইড্রেট তেতিয়া পৰিপাক প্রক্রিয়া ঠিকেই থাকে সমূহ সূক্ষ্ম কণালৈ ৰূপান্তৰিত হয়। আৰু অলাগতিয়াল বিষাক্ত দ্রব্যৰ উৎপত্তি পিছলৈ এই খাদ্য সমূহ পাকস্থলীৰ পিছৰ নহয় আৰু শৰীৰ সুস্থ হৈ থাকে। আৰু অংশ গ্রহনীলৈ প্রবাহিত হয় য'ত অগ্নি বৈষম্য হলে পৰিপাক প্রক্রিয়াৰ পিত্ত স্থলীৰ পৰা নিৰ্গত পিত্ত ৰসৰ বিশংগতি হয় যাৰ ফলত ৰােগীজনে পেট সংস্পৰ্শলৈ আহে আৰু মুখ্যতঃ চর্বি কামােৰনি পাতল মলত্যাগ, কোষ্ঠ বদ্ধতা জাতীয় খাদ্য সমূহ সুক্ষ্ম কণালৈ আদি বিভিন্ন সমস্যাত ভুগিব ধৰে। এই ৰূপান্তৰিত হয়। গ্রহনীত আমাৰ পেটৰ সমস্যা সমূহক গ্রহণী ৰােগ বা ডিচেন্ত্রী মধ্য অংশত থকা পেংক্রিয়াছ গ্রন্থিৰ পৰা বুলি কোৱা হয়। নির্গত ৰসৰ সংস্পশলৈ আহে যাৰ ফলত অগ্নি বৈষম্য হলে কি হব পাৰে? আমি খােৱা প্ৰটিন সমূহ সক্ষ্ম কণালৈ মহর্ষিবাগভট্টই তেওঁৰ দ্বাৰা লিখিত ৰূপান্তৰিত হয়। ইয়াৰ পিছত খাদ্য সমূহ অষ্টাঙ্গ সংগ্ৰহত উল্লেখ কৰিছে যে এই অগ্নি ক্ষুদ্র আন্ত্ৰলৈ প্রবাহিত হয় য'ত পৰিপাক যেতিয়া দুর্বল হয় তাৰ ফলত পৰিপাক প্রক্রিয়া সম্পূর্ণ হৈ লাগতিয়াল খাদ্য অংশ প্রক্রিয়াৰ বিসঙ্গতি হৈ এবিধ বিষাক্ত দ্রব্যৰ শােষিত হৈ যকৃতলৈ প্রবাহিত হয় আৰু সৃষ্টি কৰে যাক আম বুলি কোৱা হয়। আম যকৃতত এক প্রক্রিয়াৰে পৰিপাক হৈ হৈছে এবিধ বিজলুৱা দ্রব্য যিয়ে শৰীৰত কাবোহাইড্রেট সমূহ গ্লুকজ লৈ, চর্বী সমূহ বিভিন্ন বিসঙ্গতিৰ সৃষ্টি কৰিব পাৰে। মহর্ষি ফেটি এচিডলৈ, আৰু প্ৰটিনসমূহ এমিনাে চৰকে তেওঁৰ দ্বাৰা লিখিত চৰক সংহিতাত এছিডলৈ ৰূপান্তৰিত হৈ হৃদয়লৈ যায় আমক ঘােৰ অন্ন বিষ বুলি বর্ণনা কৰি কৈছে। আৰ তাৰ পৰা গােটেই শৰীৰৰ যে যদিহে এই বিষাক্ত দ্রব্য শােষিত হৈ কোষবােৰলৈ গতি কৰে। এনেদৰেই ৰক্তৰ লগত মিহলি হয় তেন্তেনানান ৰােগৰ কোষবােৰ সন্তুলিত হয়। অলাগতিয়াল সৃষ্টি হব পাৰে। - ৮১