পৃষ্ঠা:Su swasthyar aadhar.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মূলতঃ পিত্ত দোষ প্রকোপ হােৱা খাদ্য ৩। ৰাতিপুৱা খালি পেটত দুগিলাছ মান সেৱন কৰিলে অশ্লপিত্ত বা গৰম পানি খাব লাগে। আৰ গেষ্ট্ৰাইটিজ ৰােগ হ'ব পাৰে। ভােজনৰ আধাঘণ্টা আগত আৰু ৰােগৰলক্ষণ বহুজনৰ ঠিক পিছত পানী খাব ক) খাদ্য খােৱাৰ পিছত পেটটো ফুলি নালাগে। খাদ্য খােৱাৰ মাজত অকল থাকিব পাৰে। পানীখােৱাটোবাঞ্ছনীয়। খ) টেঙা টেঙা উগাৰ আহিব পাৰে। বনৌষধিৰ চিকিৎসা গ) ওপৰ পেটৰ বিষ হব পাৰে। ১। আমলখি যদিও টেঙা হয় কিন্তু ইয়াৰ ঘ) কেতিয়াবা বমি বমি লাগিব পাৰে বা বিপাক মধুৰ বাবে অম্লপিত্ত ৰােগৰ ই বমিও হব পাৰে। মহৌষধ। ও) আভােকৰ সৃষ্টি হব পাৰে ২। শিলিখাৰৈ গুৰি ব্যৱহাৰ কৰিব পৰা গেষ্ট্ৰাইটিজ ৰােগৰ উপদ্ৰৱ যায়। ৩। আমলখি, শিলিখা আৰু ভােমােৰাৰ ১। বর্ধিত অৱস্থাত পাকস্থলীত ঘাৰ সৃষ্টি সংমিশ্রণ যাক ত্রিফল্লা বুলি কোৱা হয় হব পাৰে এইত্রিফলা সেৱন কৰিব পাৰে। ২। ঘাঁ বােৰৰ পৰা ৰক্ত নিঃসৰীত হৈ ৰক্ত ৪। শতমুলৰ ৰস তথা যষ্টি মধু ব্যৱহাৰ বমিবা মেলিনা হব পাৰে কৰিব পাৰে। ৩। ঘা বােৰ ফাটি গলে পেৰিটোনাইটিজ কেতবােৰউপযােগীঔষধ নামৰ এক ভয়ংকৰ ৰােগৰ সৃষ্টি হব ওপৰােক্ত বনৌষধিৰ উপৰিও পাৰে। কেতবােৰ যৌগিক আয়ুর্বেদিক ঔষধি পৰিত্ৰাণৰ উপায় অতি ফলপ্রদ হয় অল্প পিত্ত ৰােগত। যেনে ১। যি সমূহ কাৰণ ওপৰত উল্লেখ ৰকা ভূংগৰাজ চূর্ণ, মধুজষ্টি চূর্ণ, ত্রিবৃঢ় চূর্ণ, হৈছে সেই আটাইবােৰ পৰিত্যাগ। দ্রাক্ষাদি চূর্ণ, অভিপত্তিকৰ চূর্ণ, সুতসেশৰ ৰস, লীলাবিলাশ ৰস, শঙ্খ ভন্ম, নাৰিকল ২। আয়ুবেদত এনে ৰােগৰ পৰা পৰিত্ৰাণ লৱন ইত্যাদি ঔষধ চিকিৎসকৰ পৰামর্শ পাবলৈ অসাত্ম আহাৰ পৰিত্যাগ কৰা মতে গ্ৰহণ কৰিব পাৰে। আত্যাধিক ভােজন নকৰা আৰু অকাল ভােজন অর্থাৎ অসময়ত ভােজন গ্রহন কৰাৰ অভ্যাসটো পৰিত্যাগ কৰাৰ কথা কৈছে। bo