সমললৈ যাওক

পৃষ্ঠা:Sarapat.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
 

চৰাই সমূহ

বাঢ়ৈচকোৱা
ঢোৰাকাউৰী
কুলি
ময়ুৰ
মাছৰোকা
ঘনচিৰিকা
চেকচেকীয়া
পানীকাউৰী
কৰা
তিয়া
বনকুকুৰা
শামুকখোলা
পাটমাদৈ
আৰা
বালীমাহী

ধনেশ
পাটিকাউৰী
গছখোলা
বৰটোকোলা
বাহকুকা
শালিকা
চিলনী
শৰালী হাঁহ
টিপচী
বুলবুলী
ফেচা
হুতুকটুকীয়া
গঙ্গাচিলনী
কেতেকি
পাৰ

ভাটৌ
মইনা
দেওকতৰা
বগলী
ডাউক
শগুন
বাজ
ধেকৰ
কপৌ
দেউহাঁহ
হুদু
বৌকাকা
ধুপচী
কনামুচৰী
টিপচী

৪০