সমললৈ যাওক

পৃষ্ঠা:Sarapat.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
 

সদৌ শেষত প্ৰতিনিধি তথা
সদৌ অসম কাহ, পিতল জাতিৰ
সমূহ সদস্যলৈ, ধন্যবাদেৰে
প্ৰতিবেদন সামৰিছোঁ
সদৌ অসম কাহ-পিতল
জাতিৰ সম্পাদক
তাম কলহ মোৰ নাম॥

 

কাহৰ বাচন সমূহ

কাহি
ঘটি
বানবাতি
গাৰোখুৰা বাটি
ঝাৰি লোটা
চাহপাত্র (ট্রে)
ঘন্টা

বাটি
চৰিয়া
ভোৰতাল
মঞ্জুৰী
বানকাহি
কৰচ
চাকি

লোটা
গিলাচ
বটা
তামকলহ
শৰাই
বৰকাহ
চামুচ

২৪