সপ্তম আধ্যা। ৰ। হিসেহো তোক। তযু মনে যেন সুৱাই তাকে কৰিয়োক। ৰুক্মিণীৰ আবে উকলয় কন্যাকাল। বিহা দিবে লাগি অনায়োক শশুপাল। বিহাৰ সম্ভাৰ মানে অনায়ো বহুত। নৃপতিগণকে লাগি পাঞ্চি দিয়ো দূত। দেশে দেশে ৰুক্মিণৰ বিবাহ ঘোষোক। ৰঙ্গ চাহিবাক সবে নৃপতি আসোক॥ কুণ্ডিল নগৰ মোৰ হক জাতিঃ পিন্ধস্তোক নৰ নাৰী বস্ত্ৰ অলঙ্কাৰ। ৰাজা ৰহিবাক সমিয়া বাসৰ। কৰিয়ে। নিয়োজ কিবা বুলিবে বিস্তৰ।” ৰজা ইমান ভদ্ৰ, আৰু তেওঁৰ এনে সুন্দৰ স্বভাৱ সে পুতেকে বলেৰে শিশুপাললৈ জীয়েকক দিব খুজিছে বুলিও যে তেওঁ বেজাৰ ব, গপ পাতি, বা খং কৰি শিশুপালক নিজে ভালকৈ আদৰ ৭ ৰ নকৰি পুতেকলৈ এৰি দিছিল এনে নহয়। যেই শিশুপাল ৩৫ৰ ৰাজ্যলৈ অহা শুনিলে, তেওঁ নিজে পাত্ৰ মন্ত্ৰীৰে সৈতে লগলাগি আগবাঢ়ি গৈ শিশুপালক আদৰি আনিলে,-“তাক শুনি- লেব পাছে ভীষ্মক ভূপাল। বিহা কৰিবাক আইলা ৰাজা শিশু- পাল। আপুনি গৈলন্ত পাত্ৰ মন্ত্ৰী সমন্বিতি। আগবাঢ়ি আনিলন্ত তেক নৃপতি। যাক যেন যেগ্যে আনি দিলা বাসা পঞ্চামৃতে ভোজন কৰাহল নৃপবৰ।” ৰুক্মি কুমাৰ কৃষ্ণৰ হাতত মৰিল বুলি উৰা মিছা বাতৰি শুনি ভীষ্মকে পুতেকৰ শোকত বিহ্বল হৈ কান্দিও, শেহত পুতেকে নিজৰ কুকৰ্মৰ ফল ভোগ কৰিলে বুলি ভাবি, পুতেকে অনাহকত প্ৰজাবোৰ মৰালে বুলি ভীষ্মকৰ শোক পুতেকৰ নিমিত্তেতকৈ প্ৰজাবোৰৰ নিমিত্তে হে বেছি হৈছিল। -“হেন শুনি নৰনাথ, জানুত দিল মাথ, দশশা দিশ দেখে অন্ধকাৰ। হাঁ পুত্ৰ কি - 9
পৃষ্ঠা:Sankardev.djvu/৯৯
অৱয়ব