সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম আধ্যা। বোলে বেদে কৱে যজ্ঞ ব্ৰত দান। কতো বোলে ক্ষুদ্ৰ দেৱ পূজা। তাস্নান। কতো বোলে বেদে কহে জ্ঞানতেসে গতি। গুণৰ ইচ্ছাযে বুজে যাৰ যেন মতি। কতে' মন্দমতি শাস্ত্ৰ নকৰে ‘বচাৰ। কৰে ধম্ম কষ্য পূৰ্বপুৰুষ অ গণ। নয় কতো তাক এৰি পাষণ্ডৰ মতি। যায় তোক পাক্য অধয় অধোগতি নাছাৰ এ শক শোক দুখে প্ৰতি দিনে। জ্ঞাতে। নাক গত ভকতি বনে।' ‘জ্ঞান গতি কয় বেদ, লৈয়ো তাৰ পৰিছেদ, ৩াছে জ্ঞান কতিৰ মাজে। ভকতি কৰস্তে জান, আপুনি এপজে জ্ঞান,.. । যৰ পুছিলা বাণী, তাক শুনা মহামানী, যিটো নাম নধৰে আমাৰ। ম গোৱাই বৃথা শুনে আমা কথা, তাকেসে কম্মৰ তাধিকাৰ। চিত্তে যিটোজন, কথা বৃথা বৃথ। নন, তাৰ কম্ম সকলো বিফল। লেকে। নাথাকে বই, তেতিক্ষণে থায়, বং, এওঁৱা ঘটৰ যেন ৮৫' | ইটো কথা সাৰেসাৰ, জ্ঞানজ কম্মত আব, নকৰিবা বিশ্বাস ‘বঞ্চিত। শ্ৰৱণ কীত্তন কৰ, সুখে সংসাৰক তৰ, দিয়া মোৰ ১ৰুণত চিত। তপ জপ যজ্ঞ দানে, যিটো ফল মহাদানে, জ্ঞান বৈৰাগ্যত মহাফল। যিটো হৰিনাম গাৱো বসি সবে সুখ পাৱে, দেখা সবে ভকতিৰ বল।” উদ্ধৱৰ প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই কৈছে ‘‘অন দেৱ ধৰ্ম্মক কৰিা পৰিহাৰ। মোতে মাত্ৰ একনিষ্ঠ মতি ভৈল যাব। বিজনে জানিলে মই পৰম বান্ধৱ। তাহাক বোলয় শম শুনিয়ে মোৰ নাম চিন্ততে যেখনে কৰে। জানিবা উদ্ধৱ সখি তাক বুলি দম। মোত চিত্ত দিয়া যিটোজন মহাশয়। উদ্ধৱ।