সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অধ্যা। কাপদেৰে সৈতে কেনেকৈ মিলি যায়, যি কীৰ্ত্তন পঢ়িছে সিযেই দেখিবলৈ পাব। শঙ্কৰদেৱ ৰচিত দশমৰ ভণিতাবো। এনে সুন্দৰ উপদেশ পূৰ্ণ ( সেই বোৰ অসমীয়া মানুহৰ মুখে মুখে। উদাহৰণ স্বৰূপে দুটা দিলে—“শুনিয়োক সৰ্বজন কৃষ্ণৰ ১ অতপৰে আন পুণ্য নাহিকে কলিত। লভিয়াছা জন্য বি,ে নো বঞ্ছত। জানি যত্নে কৰা পান কৃষ্ণকথামৃত। ক্ষণিক *ীৰ বিলম্বত কাৰ্য্য নাই। চিন্তামনি জন্ম হেৰ হাততে হয় নাহিকে তিন ক'ম অজাগৰে গিলে জন জীবন হ’বক এক হিলে। দেখা ভাৰ্যা পুত্ৰ সবে অকৰণ চা' মান থাকে কাটে যেতিক্ষণ বিষযৰ সুখ এক তিল কৰি চুল। যমৰ কিঙ্কৰে ৰ নিবে যমপুৰ। যমৰ মৃত্তিক ( খ হইবে চেতনা দুৰ্ঘোৰ নক পেলাই ভূঞ্জাবে যাতনা। (5. জানি কৃষ্ণৰ চৰিত্ৰ কৰা {। তেবেসে তৰিবা ঘোৰ সংসাৰ নিকৰ বিচাৰি শাস্ত্ৰত পাইবা এহিসে বগুতি। কৃষ্ণৰ নামেসে সাধে ভুকৃতি মুকুতি। কলিৰ পৰম স্ম জানা হৰি নাম শঙ্কৰে ৰচিল ডাকি বোলা ৰাম ৰাম।" সস'ৰ সাগৰ ঘোৰ দুখৰ নাহিকে ওব, কেবল তাপত মাত্ৰ মজি। জানি এৰ। আন ৰতি, কব্যি একান্ত মতি, হুয়া পাৰ মাধৱক ভজি। যি লক্ষ্মীত আশা কৰি, সদায় আকুল মন তেহেঁ মহা চঞ্চল সৰ্বথা। বিষযৰ যত সুখ, অনন্ত সমস্ত থে, তাক যত্ন কৰি মৰে বৃথা। যিটো শৰীৰৰ পদে, অনেক প্ৰবন্ধ কৰে, ইয়ো মহা আপদৰ ঘৰ। যতেক বায় ধন, ততেক বটিয় মন, আপদ নাহিক আতপৰ। যতেক আছ লোক, সবাৰৰ আগত শোক,