সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৬ শঙ্কৰদেৱ। আৰু শেষ (ছোৱা বাকী আছে; এনেতে এদিন শঙ্কৰদেৱৰ ভোজনৰ সময়ত অনন্ত কলি উপস্থিত হৈ শঙ্কৰদেৱত জনালে ‘বাপ! আজি আমি আপোনা উচ্ছিষ্ট লবলৈ আহিছো; অনুগ্ৰহ কৰি দিয়ক। পুৰুষে ইঙ্গিত বুজিব পাৰি কলে–আমি এখনি কৰিলোঁ; দুখনি বাকী আছে। শঙ্কৰদেৱে কন্দলিৰ আভ্যন্তৰিক ভাব জন দেখি আচৰিত হৈ কমিয়ে শম্বৰদেৱক প্ৰণাম কৰি কলে— -“আপুনি সিদ্ধ পুৰুষ, ঈশ্বৰৰ অৱতাৰ, মনুষ্যভাৱে আপোনাকে দেখা উচিত নহয়। হে প্ৰ, কৃপা কৰক, আপোনাৰ প্ৰসাদত যেন আমাৰ মনোভিলাষ পূৰ্ণ হয। শঙ্কৰদেৱে তথাও বুলি কললিক আশীৰ্বাদ কৰিলে।•• এই কথা মাধৱদেৱে শুনি আক্ষে। কবি শঙ্কৰদেৱক জনালে,-“আগলৈ সুবিধামতে নচলিব; শ্ৰহওৰ শ্ৰীমুখৰ নিসৃত হোৱা হলে ভাত আছিল। শঙ্কৰদেৱে উত্তৰ দিলে,-“কি কৰিবা, ভকতে বাঞ্ছা কৰা ফল দিব লাগে। বাৰু আমি এবাৰ দৃষ্টি কৰি দিয়া হব শঙ্কৰদেৰ যাই থাকোতে কিন্তু দশমৰ শেহভাগৰ ভাঙনি তানন্ত কন্দলিয়ে শেষ কৰিব পৰা নাছিল। শঙ্কৰদেৱৰ মৃত্যুৰ পিছত হে যে কণিৰ ৰচনা শেষ হৈছিল সেই কথা কন্দলিৰ দশমৰ শেহৰ ভনিতাত স্পষ্ট : শঙ্কৰদেৱ “কৃষ্ণ স্মৰি মৰি স্থিত ভৈল বৈকুণ্ঠত।” আদ্য দশম ৰচনাৰ পিছতে শঙ্কৰদেৱে মাধৱদেৱ আদিৰে সৈতে দ্বিতীয়বাৰ তীৰ্থলৈ গৈছিল অনুমান হয়। শঙ্কৰদেৱে পুৰীত সমুদ্ৰত স্নান কৰোতে সাগৰৰ ঢৌ লোৱাৰ সময়ত “সাগৰজুলি কাপোৰ” পাই সেই কাপোৰৰ একোডোখৰ সকলো ভকতক ভগাই দিছিল,