সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৯ তৃতীয় অধ্যা। ৰচনা প্ৰণালী কেনে শুৱল', কেনে কবিত্বপূৰ্ণ আৰু সি কেনে (Mastermind) প্ৰতিভাশালী লোকৰ ৰচনা, তাক ষি পঢ়িছে সিয়েই সেই কথা ভালকৈ অনুভৱ কৰিছে, অকল আমি নহয়। সুন্দৰ সংক্ষেপ কথাৰে কেনেকৈ তাত ভগৱন্তৰ দশ অৱতাৰ বৰ্ণনা কৰা হৈছে, পঢ়িলে মনত অতুল আননৰ উদ্ৰেক জয়দেৱৰ “প্ৰলয় পয়োধিজলে ধৃতবানসি বেদং, ইত্যাদি সুললিত সংস্কৃত কবিতাৰে হে ইয়াৰ তুলনা হয়। আৰু এটা কথা সদাষ দেখা যায়, যে শঙ্কৰদেৱে সংস্কৃত শ্লোকৰ যত পদলৈ ভাঙনি কৰিছে, সংস্কৃতশ্লোকটোৰ যদি দুই চৰণ বা চাৰি চৰণ থাকে, তেন্তে প্ৰায় তেওঁৰ পদৰো তেনেকুৱা দুফাকি বা চাৰি ফাকি হে হয। বিশেষভাৱে তাৰ ভিতৰলৈ নগৈ ডোখৰচেৰেকলৈ পাঠকৰ মন আকৰ্ষণ কৰিম। —“প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন। সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ” তাৰ এই আৰম্ভনেই এক মূহুৰ্তৰ ভিতৰতে পাঠকক এজন অনাদি অনন্ত সৰ্বশক্তিমান সৰ্বব্যাপী মাধৱদেৱে পুথিখন পাই- “দেখি পুথিখান আনন্দিত মন, তাৱক্ষণে উঠিল। শিৰৰ ওপৰে, পুথিখান ধৰি আনিতে নাচিলন্ত। যাল উচ্চ কৰি, কেন উপকাৰী আমাৰ ৰামচ। দেখা দেথা লোক, হে অকি, পুৰে এৰি পুৰি। পায় সংসাৰক আমি পাশৰিলে, ইটো থানে ধানে গৈল। আৰু এবাৰ কৰি এটি পুৰ্বে মোৰ মন ভৈল। একে ইলো আইলো, এক ৰ কৰি নাপাৰিলে॥ মাচণে আৰু এক ঠাই কৰি মোৰেসে কৰি কৰিল। এহিবুলি পুখি মেলি চাহিল, কৈ কোন কথা আছে। যৈ ফি। গৈ লাগে যে চিাৰি দেখি পাছে।” দৈত্যাৰি। 8