সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাই খোলবোৰ হোৱাই দি তাত লোৰ গুৰি আৰু কৰ্কৰ ভাতৰ কৰাল দি কেনেকৈ ঘুণ দিব লাগে সেই পৰ্য্যন্ত তেওঁ দেখুৱাই দিছিল। কঁহাৰৰ হতুৱাই মন্দিৰা, খুটিতাল, ভোৰ-তালকে আদি কৰি অনেক বিধৰ তাল প্ৰস্তুত কৰালে। ভাকে বনগা, গিৰীক গায়ন আৰু নিজে বান হৈ, সঞ্জয় আৰু কমলি ধৰা পৰমানন্দক নতুৱা পাতি, আৰু আন আন সকলোকে ও ভগাই দি তেওঁ সেই ভাৱন কৰিছিল। এয়েই আসামত প্ৰথা ভাৱনা আৰু খোল তাল আদি বাগৰ প্ৰচলন। কছাৰীবিলাকেৰে সৈতে ভূঞাসকলৰ বিৰোধ চলি থকাত অশান্তি হোৱা বাবে শঙ্কৰদেৱ প্ৰমুখ্যে ভূঞাসকলে বৰোৱা এৰি শঙমৌত বসতি কৰে ৭ বছৰ বৰ ৰদেৱে বৰদেৱা এৰি গামোলৈ যায়। বৰদোৱাত থাকোতেই শঙ্কৰদেৱে কাক্তন পুধি ৰচনা কৰে আৰু অনেক গীত শুটিমা নাট আদি ৰচনা কৰ সত্ৰ পাও শিষ্য জাই ভাগৱত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। মৌত শঙ্কৰদেৱে নামঘৰ মণিকূট মাদি সজাই সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰি পাচ বছৰ থকাৰ পিছত তাত ডফলাই নৌৰাত্ম কত তাৰপৰা উঠি গৈ চানি নামে ঠাইত ছমাহ আছিল; তাতে সত্ৰৰ বিশেষ সুবিধা নোহোৱা বাবে তেওঁ ভাল ঠাই বিচাৰি ধুৱ- হাট বা বেলগুৰিলৈ গৈ তাত সএ পাতি থাকে। হাতীয় দলৈকে আদি কৰি নিদিয়েক বঙহৰ মানুহৰ ব্যৱহাৰ বিৰক্ত হৈ। দেৰ কোমোৰাকটা নামে ঠাইত ছমাহ আছিল গৈ, পিছত জাতি সকলে কাবৌ-কোকালি কৰি মত হে ছমাহৰ মূৰত তেওঁ আকৌ বেলগুৰিলৈ আহে।