দ্বাদশ আধ্য। '। 5 জন্মৰ শক বুলি বিশ্বাস কৰিবলৈ মিষ্টৰ গেইটৰ বোধ কৰে। এইটো আপত্তি যে, তেনেহলে শঙ্কৰদেৱৰ জীৱনৰ কাল বৰ দীঘল হয় , অৰ্থাৎ ১১৯ বছৰ হয়। গেইটৰ মতে বোধ কৰে। সেইটো সম্ভৱ নহয়। আমি কই, সেলে অসম্ভবে নহয় আৰ কালৰ সজ লোক সকল প্ৰায় দীৰ্ঘ হোৱাটো দেখা তাৰ কাৰণ, তেওঁলোকৰ চীৱন এ • ব্ৰাহ সহ ৰৈ সাধিত হৈছিল, তেওঁলোকৰ জীৱ-২ • হকি' মানুহৰ 'নৰ নিচিনা artificial অথাৎ কৃমি •াচিও। তেওঁলোকৰ 777 "Plain living and high thinking”, অৰ্থাৎ = ভ'ৱে জীৱনযাত্ৰা নিকাহ ক', গৰু ও চিন্তা কৰা। ( দুটাই যে দ ৰ্ঘ-জীনৰ মূলম তাক সকলো চিন্তাশীল মানুহে লেখকৰ প্ৰপি'মহ ১০ বছৰ, পিতামহ ১০ শৰু পিতৃদেবতা ৮২ বছৰ জীয়াই আছিল। পিতৃদেৱতা মৰিবৰ 1 লিলৈকে সুস্থ আৰু সবল হৈ আছিল। আৰু এটা কথা,
- .দেৱে তেওঁৰ জীৱনৰ প্ৰথম ভাগত যোগশাস্ত্ৰ চৰ্চা কৰি
• অভ্যাস কৰি সেই বিদ্যাত পৈণত হৈছিল। যোগীসকলৰ দৰ্ঘ জীৱন আৰু অনেক সময়ত ইচ্ছ-মৃত্যু হোৱাটো সকলোৱে জানে। কোচবেহাৰত যেতিয়া নৰনাৰণ ৰজাই শঙ্কৰদেৱক তেওঁৰ গুৰু হবলৈ বৰকৈ ধৰিলে, কোনো মতে শঙ্কৰদেৱে ৰজাৰ সেই প্ৰাৰ্থনা এৰাব নোৱাৰি, ৰজাক পিছ দিনা শৰণ দিয়া হব বুলি ব্ৰতে উপবাসে থাকিবলৈ কৈ তেওঁ থকা বহালৈ উভতি আহিল। পিছ দিনা তেওঁৰ যোৱাত পলম হোৱাত ৰজাই মানুহ আৰু দোলা পঠিয়াই দিলত, শঙ্কৰদেৱে কলে যে “বাৰু দান। বছৰ,