একাদশ অধ্য॥ বৰগীত। 9 nt পুৰণি অসমীয়া সাহিত্য নানা ধৰণত গীত, আদিৰ নিমিত্তে বিখ্যাত। কেতবোৰ লৌকিক গীত প্ৰাগৰ দিনৰ পৰা মানুহৰ মুপ মুখে নামি আহিছে , সেবোৰৰ সময় নিৰ্ণ কৰ টান, কিযনো ভালোন ঠাইত সেইবোব আধুনিক ভাব আৰু ষাৰে সানসিহলি হৈ পৰিছে। তান কে তবোক পুৰণি পুথিববাৰে সাবটি ধৰি ৰক্ষা কৰি আহিছে। অসমীয়া ওজাপালিৰ অনুষ্ঠান মহাপুৰুষ শঙ্কৰদেৱৰ আবিৰ্ভৱ গৰেই পৰা চলি হহিছিল, কিয়নো তেওৰ ধৰ্ম প্ৰচাৰৰ প্ৰথম অৱস্থাত ওজা- পালিণ অনুষ্ঠানৰ ভিতৰে ৰে পদখিবোৰৰ সাৰমৰ্ম্ম লোক সমাজত তেওঁ জনাজাত কৰাইছিল। ওজা-পালিবোৰৰ ব প্ৰিয় বেউলা লখিন্দাৰ আদিৰ গীতবোৰৰ। বৰ পুৰণি কলীয়া ন লাগে। সুকবি নাৰায়ণ আৰু দুৰ্গাবৰৰ বেউলাৰ গীত শঙ্কৰদেৱৰ আগেয়েই ৰচিত হোৱা বুলি ভাবিবৰ কাৰণ থকা যেন লাগে। দুৰ্গাবৰ কবিয়ে ৰামায়ণ পুথিকো গীতৰ আকাৰত ভাঙি উলিয়াইছিল। গীতৰ আকাৰত পুথি খো তেতিযাৰ দিনৰ প্ৰচলিত ৰীতি আছিল। পুৰণি কামৰূপৰ ভাটি অঞ্চলত পীতাম্বৰ নামে কবি এজন আছিল। তেওঁ শঙ্কৰদেৱৰ সমসাময়িক হলেও তেওঁৰ প্ৰভাৱৰ বাহিৰত আছিল। তেওঁৱে গীতৰ- আকাৰত কাব্য ৰচনা কৰিছিল। তেওঁৰ উপৰিণয়” গীত
পৃষ্ঠা:Sankardev.djvu/১৪৯
অৱয়ব