সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম অধ্যা ১২৭ দি যাহা তাক।” “স্বতন্তৰ ৰুগীয়াক কি কৰে ঔষধি।” ‘দ্ধ পৰিহৰা তুমি বিপাঙ্গে নমৰা।“ “শুন অৰে কোনে তোক তিলে পাতৰ।” ওলগতে পাঞ্চ কিল, সেহি পটণ্টৰ।” “জীয়োক দেয়াই মোৰ দান্তে খেৰ লওঁ।” +কিক দেখিয়া যেন হলো- ওগেট।” “নিটালে পৰিল আসি হামখুৰি পাই।” “পৰি আছে যেন দাত ভগা ঢোণ্ডা সাপ।" থি৬৬া দিয়া কতো অঙ্গ ভেঙ্গে নাচে ‘গমিতে নাপাৰি কিবা তাছে না প্ৰাণ। ‘সবে ভৈলে। নিমাখিতী ৰাণ্ডী।” “ইকাতি সিকাতি কৰি চাহে গৰাই।” “হেন দেখি মন্ত্ৰীগণে বান্ধে পেৰেনি। “ঘোৰাৰ সন্ধৰ পৰা আলি ওলাই।” ‘স্বৰূপে কহিলে। যেন যুৱাই gay i “ঔষধক দেখি যেন নমাইকে ফেট “আধাৰি কায়া সৰ্প বসিলেক শাৰী। বিপক্ষ ৰাজাৰ দেখি নাযায় পুৱাই।” শৱৰ “খমদম মুশুনিয় মাত।” সুৱাগতে মোৰ <টিল ৰুক্মিণী, বৰে কৰে নিতে দোষ কোলায়ে বোেকায়ে লিলেহে দুখে, সুখ দিযা মোৰ আই।” ইত্যাদি যিসকল বঙালীয়ে অসমীয়া ভাষাক টানি আজুৰি ৰঙলা বিব খোজ, আৰু শঙ্কৰদেৱৰ পুথিৰ ভাষা হেন তেওঁলোকে অসমীয়া নিশিকাকৈয়ে বুজিব, পাৰে, তেওঁলোকে, ওপৰত দিয়া পদবোৰৰ সৰহ ভাগ আশা কৰে। সৰসৰীয়াকৈ ভু পাব।