১২০ শঙ্কৰদেৱ। পুত্ৰৰ। কাছি। কুৰিপাট শৰ তণ হন্তে লৈলা বাছি॥ আকৰ্ণ পূৰিয়া শৰ পঠাইলন্ত ক্ষেপি। দেখি কৃষ্ণে পথতে কাটিলা অৱলেপি॥ সেহি চেগে প্ৰহাৰিলা অৰ্ধচন্দ্ৰ শৰ। হাততে কাটিলা ধনু ভীষ্মক ছয় শৰে কৱচকো পেলাইলন্ত কাটি। দেখি ৰুক্মি আন ধনু ধৰিলন্ত ডাটি। ক্ৰোধে জ্বলি গৈলা যে অগ্নি প্ৰলয়ৰ বৰ চোটে প্ৰহাৰিলা একানব্বৈ শৰ বাৰকো শালিয়া থৈলা দশ দশ শৰে। কুৰি শৰে ভেদিলেক ধ্বজৰ উপৰে। মাধৱক একাদশ, স'থিক কুনি মুচ্ছিত দাৰুক যেন ধাতু গৈল উৰি। এৰিলন্ত বাঘজৰী ৰথ ফুৰে পাক। দেখি কষ্ণে নিয়মিল আপুনি থোক। সাৰথিক আশ্বাসযা কৰিলন্ত পিৰ। দুনাই ৰুক তৈল নিৰুজ শৰাৰ। ঘোৰ কাঢ়িা শৰ মাৰ্জিলন্ত গাৱ। গুণঝ মাধৱে দেখি ৰুক্মিৰ প্ৰভাৱ। কি হটে। দাৰুণ অশ বীৰগোট মমকে হে আন কোনো সহিবেক চোট। ভালেতো ইয়াৰ উৰে কল দেৱাৰ। জগত কটক কি পৰম দৰ। এহি গুণি ধনু ধৰি কৰিলা স্কাৰ। ৰুকি বোলন্থ অৰে শুন দুৰা চাৰ। হেলতেসে এত বেল' যুক্ত তই মোক হেন জ'ন তোক আবে পঠা নমলোক। এহি বুলি হৰ প্ৰহাৰি বাণগণ। সূৰ্যৰ নিকলে যেন প্ৰচও কিৰণ। বিগত সঞ্চাৰে গৈয়া কুমাৰক হৃদয়ত পৰি শৰ পিঠিত বজাইল। বাণ ধাৰে শক্সি বীৰ ব্যথিত শৰী। চোট পাই কম্পে তাৰ উৰু কৰ শিৰ। গাৱৰ কধিৰ বহি যায় বোম্বানলে নাই হানিলেক কৰি শৰ সেহি কালে। দুই বাণে হাতত কাটিলে ধখান। আঠ শৰে চাৰি ঘোটকৰ লৈলা প্ৰাণ।.....ঠি শৰে ৰথখান পেলাইলা পাইল।
পৃষ্ঠা:Sankardev.djvu/১২২
অৱয়ব