সপ্তম আধ্যা। ফুটি, পিঠিত বজাইল গোটে। ভৈল অচেতন, ভীষ্মক নন, মাধৱ শৰ চোটে। ণেকে সাইম, হয়া যম স খঙ্গে কৰি বীৰ ৰাগি। অতি তীতৰ, কৃৰিপাট শ, হানিল কৃষ্ণক লাগি। তাকে নাৰায়ণে, অসংখ্যাত বাণে, কাটিলা তিলত চোটে। এ কৰি ডাট, ভল্প তিনি পাট, বিলি তা গলাটে। ফুটিয়া, বোলে তাহাৰ, বহি যায় তেজ ধৰ। প্ৰকাশে কুমাৰ বসন্ত কাল, পুষ্পিত যেন মশাৰ। শৰ বাৱ পাই, দুগুণে কিটাই কৰি ৰুক্মি আস্ফোট। ধনু এৰি পাছে, তুলি আলগাইলা, ভয়ঙ্কৰ গদাগোট। মাথাৰ ওপৰে, তুলি সাত পাক, হানিলা শাৱৰ বলে। ভয়ঙ্কৰ গদা, কৃষক লাশিয়া, বিস্বাদ শবদে চলে। হৰিও হানিলা, কোমুকী গদ, কাশ ছানি পৰিল। ৰুক্মিৰ
- দা, চূৰ্ণীত কৰি, কৃষ্ণৰ হাতে চৰিল। দেখিয়া কুমাৰে,
শক্তি পৰি কৰে, দুনাই পঠাইলেক ক্ষেপি। দেদীপ্যমান, অগ্নি যেন ঠান, চলিল গগণ ব্যাপি। তাকে কুৰ শৰে, দেৱ দামোদৰে পথতে পেলাইলা কাটি। অতি তীক্ষ তৰ, ষাঠি গোটা শৰ, প্ৰহাৰি পঠাইলা ডাটি। ৰুক্মিৰ হিয়াত, পৰি দশ শৰ, পুমানে লৈ তল। নাহি শ্ৰুতি জ্ঞান, মৃতক সমান, কুমাৰ ভৈল বিল। ফুৰি ফুৰি ৰথে, পৰি মূচ্ছা গৈল, সাৰথি আকলি ঠাক। আতি মহা তে, ৰখান টানি ডাকিলা চাৰি থোক। কতত দুৰ মানে, নিলা পলুৱাই, কুমাৰক ৰক্ষা কৰি ” ইয়াৰ অলপ বেলিৰ পিছত ৰুক্মিয়ে চেতনা পাই তেওঁক যুৰপৰা পলুৱাই অনা বাৰে সাৰথিক কদৰ্থনা কৰি, উভতি আহি আকৌ বুজিৰলৈ কৃষ্ণৰ সমুখ হল। “কওি সমুখ তৈলা ধ ধৰি - )