১১৮ কাউৰ। কম্মিণীক মেলাই যেৰে নকৰে। উদ্ধাৰ। নপশিবো কুণ্ডিত মোৰ অঙ্গীকাৰা৷” ইয়াৰ কৃষ্ণৰ চোকা উত্তৰ শুনা, -“হেন শুনি হৰি, হাসিয়া বোল, শুন অৰে ৰুঝি চণ্ড। গুৰু গৌৰৱক, একো নমানস, তই ভৈলি যেন যাও পিতৃত মাতৃত তোৰ মান্ত নাই, কাহাকে। নামান আউৰ। মুখ চাই চাই, কতেক ৰটস, ঠোট কটা যেন তোৰ নিন। বাণী আমাক নপাৱে; শুনদুৰাচাৰ ৰাম। যতেক কুকুৰে, কামোৰ মাৰয়, তথাপি আৰ নাম। মোক গালি পাৰি, কোন যশ পাহাব, দেখ গুণি চাহ চিত্তে মাতেসে আগল, যুদ্ধত পাগল, জানিলে। কে ইঙ্গিতে। যিটো মহাবীৰ, স্বভাৱে গম্ভীৰ, ইতৰে পলপাৰে। কৈত শুনি আছ, শৃগালৰ ঠানে, সিংহে বনে বনে ৰাৰে।” শঙ্কৰদেৱৰ লেখমৰিপৰ কেনে জলন্ত ৩াৱে যুদ্ধ বৰ্ণনা ওলায় চোৱা তলত দিয়া ৰুক্মি আৰু কৃষ্ণৰ বুজৰ বৰ্ণনা পঢ়িলে, সেই যুজ চকুৰ আগতে দেখি থকা যেন লাগে।-এহি বুলি হৰি, ৰঙ্গক ধৰি বৰিযিলা শৰ আতি। ঢাকিল আকাশ, সূৰ্যৰ প্ৰকাশ নাহি, যেন ভৈল ৰাতি। দেখিল কুমৰে, মাধৱৰ শৰে, দিনতে ভৈল আন্ধাৰ। ক্ৰোধে ধনু ভিৰি, বাযু বাণ যুৰি, কৰিলা বীৰে প্ৰহাৰ৷ মাধৱৰ বাণ, তুলা যেন ঠান, উৰুৱা বাযু যাণে সাৰথি থক, ঘোৰাৰ ধ্বজক, বিন্ধিলেক বৰ টানে দেখিলা যমক, চাৰিও ঘোটক, দাৰুকে। বিশ্ৰুতি ভৈলা। বত্ৰ সম বাত, শৰ দশপাট, ধনুত চইলা আনি। টানি কমানে, সুদৃঢ় সন্ধানে, প্ৰহৰিলা চক্ৰপাণি। দশে শৰ ছুটি, শৰীৰ
পৃষ্ঠা:Sankardev.djvu/১২০
অৱয়ব