সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম আধ্যা। অন হন্তে মোৰ চিত্ত নোহে থিৰ। নাহি সুখ শান্তি মোৰ মুৰুচয় ভাত। উগুল গুগুল নিদ্ৰা নাসৰ শয্যাত। ৰুক্মিণীৰ যত দুখ কহিলা বিপুল। তাতে দশগুণে আতি আমিসে আকুল।” কিন্তু মোৰ মনৰ কথা কাক কম? কাক মোৰ প্ৰেম-বেদনা জনাম? তুমি বেদনিধি “প্ৰাণ সম মিত্ৰ মোৰ কহিবাৰ ঠাই।” এইবাবে তোমাকে মনৰ কথা ভাঙি কৈছে। এতেকে বল'। “ঝান্টে যাওঁ জানো মিলে আথান্তৰ কৃষ্ণ কুণ্ডিনলৈ অকলৈ গুচি যোৱ বিশেষ একোকে নাভাবিলে , কিন্তু মাক দৈবকীয়ে সেই কথা শুনি ভাবিবলৈ ধৰিলে। মাকৰ পেট অলপতে পুতেকৰ নিমিত্তে পাৰে, সেইদেখি মহ। চিন্তা হল;-“একেশ্বৰে লৰি ষেব গৈলন্ত বেশি। শুনি দৈৱকীৰ নয়নত নাসে পু বলভদ গদ সাত্যকিক আনি। সবাকো সম্বোধি হেন বুলিলন্ত বাণী। একশেৰে কুণ্ডিনক গৈল গোবিন্দাই। লগত নলৈল পুত্ৰ কাকো সহায়। শুনি আছে। ৰাজাগণে আছে গোষ্ঠী কৰি। বিস্তৰক একেশ্বৰে কি কৰিব হৰি। সকলে শত্ৰুৰ মেল মিত্ৰ কেহো নাই। জানিলে। কন্যাৰ লোভে লৈ গোবিন্দাই। ৰাজাগণ সমে তান সদায বিবাদ। কিবা কুটনাট কৰি মিলাৱে প্ৰমাদ। শুনিযো সাত্যকি গদ শুনিয়ো বলাই। ভাযেৰৰ ল; ঝাণ্টে লৈযোক বপাই। একেথৰে মাত্ৰ পুত্ৰ গৈলেক বজাই। কেতিক্ষণে কিবা শুনো ডৰে ধাতু যায়। গোবিনে সহিতে সবে ঝাণ্টে হোৱ। নহে পৰাণ মোৰ পেৰে আতি পেট।” সততে পুতেকৰ নিন্দ। ভেট।