সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম আধ্যা। শুৰৰ ঠাই। পণ্ডিত ব্ৰাহ্মণ চাহি দিয়োক পঠাই॥ কুটুম্বিতা কৰিবাক বাঞ্ছা আছে তান। বিধিমতে আসি কৰত্যেক কন্যা ato II" ৰজাই বাতৰি পায়েই পুত্ৰ ভায্যা সমন্বিতে দ্বাৰকালৈ গৈ ষ্ণক কন্যা সম্প্ৰদান কৰিলে। ৰুক্মি আৰু শিবাল এওঁলোক দুয়ো হে মাথোন লাজত বিয়ালৈ যোৱা নাছিল। ৰাণ শশীপ্ৰভা ভীষ্মকৰ উপযুক্ত ভাৰ্য্যা।-“শাভা নামে ও তান মহাদহ। অতি সতী অন্তেস পুৰত সৰ্ব্বময়ী। নৃপ- ৩ৰ মনোময়ী সুভগা সুন্দৰী। ৰূপে গুণে অনিন্দিতা যেন বিদ্যা। এই চাৰি ফঁাকি পদেৰেই ‘ঙ্কৰদেৱে শশীপ্ৰভাৰ এনে নাকী দিলে যে দ্বিতীয় শ্ৰেণীৰ কবিয়ে এপাতিমান লেখি হে ত' পাৰিলেহেতেন। শশীপ্ৰভা স্ত্ৰী সব্বশ্ৰেষ্ঠ আৱশ্যকীয গুণ সত', অন্তেসপৰত অথাৎ গৃহস্থৰ ঘৰত ঘৈণীৰ proper place

  • থাৎ ঠিক নিজা ঠাইত তেওঁ সৰ্বময়ী, স্বামীৰ মননাময়ী ভাৰ্য্য ,

সইবাবে সুভগ', আৰু ৰূপে গুণে তেওঁ অনিন্দিতা সুন্দৰী। সম্পূৰ্ণ সুৱাগীৰ ঘৰৰ-ঘৈণী হবলৈ আৰু কি লাগে? লাগে পুত্ৰৱতী হব। শশীপ্ৰভা ৰুক্মি, ৰুক্মথ, কক্সবাহু, কক্সকেশী আৰু ৰুক্ম- মালী এই পাঁচোটা লৰাৰ মাক; আৰু তেওঁলোক অপদাথ পো নহয়; জগতৰ মধ্যত প্ৰখ্যাত প্ৰধম শ্ৰেণীৰ বীৰ। শশীপ্ৰভাৰ এনে গাৰ্হস্থ্য জীৱনৰ সোণত সুৱগা,-এজনী মাথোন জীয়েক; তেৱে পাচোটা লৰাৰ পিছত হোৱা মুমলী ছোৱালী, ককায়েক- হতৰ মৰমৰ, আৰু বাপেক মাকৰ প্ৰাণতো অধিক চেনেহৰ। “সবাৰে কনিষ্ঠা ভৈল নামত ৰুক্মিণী। পাঞ্চ ভাইৰ মাজে অতি