পৃষ্ঠা:Pratiphal.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

জাননী

 মেট্ৰিকুলেচন আৰু কলেজৰ পাঠ্যপুথিৰ অসমীয়া বঙ্গলা আদি নোট বুক, পাঠ্য পুথি, কন্ট্ৰোল দৰত কাগজ, মেপ, ফাউণ্টেন পেন, এনভেলপ, কাৰ্ড আদি আমাৰ ইয়াত পাব।

 মফস্বলৰ গ্ৰাহকে অৰ্ডাৰৰ লগত আগ ধন পঠিয়ায় যেন।

গ্ৰেজুৱেটচ্ ইউনিয়ন্
গুৱাহাটী।