পৃষ্ঠা:Pohar Anota.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থিয়েটাৰ প্ৰযোজক শ্ৰীযুত কৃষ্ণ ৰয়, কহিনুৰ থিয়েটাৰৰ প্ৰযোজক শ্ৰীযুত ৰতন লহকৰ, জীবেশ্বৰ ডেকা, সুৰেন মহন্ত, ভবেশ বৰুৱা, শিশীৰ ভট্ট, অৰুণ বেজবৰুৱা, প্ৰানজিৎ দাস নগেন ভূঞা, গোপেশ বৰুৱা, হৰবল্লভ বৰুৱা গণেশ বৰুৱা এই সকলোবোৰ ধন্যবাদৰ পাত্ৰ। নমস্কাৰস্তে—

১৯৮৮ ইং চন শ্ৰী সুৰেশ বৰুৱা
বামাখাটা, অসম